ইতিমধ্যে মুক্তি লাভ কৰিলে বহু চৰ্চিত ৰাকেশ ৰিয়ানৰ গীত “বাজাজ স্কুটাৰ”। দীৰ্ঘদিনৰ পৰা গীতটোক লৈ অপেক্ষা কৰিছিল বহু দৰ্শকে। মুক্তিপ্ৰাপ্ত এই গীতটিৰ ভিডিঅ’ত থকা কিছু কমেডিয়ে বাৰুকৈয় আকৰ্ষিত কৰিছে দৰ্শকক। নৱবৰ্ষৰ আৰম্ভণিতে মুক্তি লাভ কৰা “বাজাজ স্কুটাৰ” ত বৰ্তমান ভিউৱাৰচৰ সংখ্যা হৈছে ৭ লাখতকৈও অধিক।


গীতটিত বৰষা ৰাণী বিষয়া আৰু অশ্বিনী ডেকা ওৰফে “মুকুতা” ৰ অভিনয় দৰ্শকে বাৰুকৈয়ে পচন্দ কৰিছে। তলত গীতটিৰ লিংক দিয়া হৈছে। উপভোগ কৰক এই গীতটিঃ
Add comment