Rupaliparda.com

Author - admin

Love Triangle

বলীউডত ন-“লাভ ত্ৰাইংগেল”-

অলপতে “কেদাৰনাথ” চিনেমাৰ পৰা নিজৰ কেৰিয়াৰত গিয়াৰ লগোৱা সাৰা আলি খানে “কফি উইথ কৰণ” ত কাৰ্তিক আৰিয়নৰ প্ৰতি থকা ক্ৰাচ সম্পৰ্কে ব্যক্ত কৰাৰ পিছতেই দুয়োকে একেলগে বহু ঠাইত কেমেৰাই বন্দী কৰে। ইয়াৰ পোনে...

Raghupati

” নতুন ফাণ্ডা” লৈ ৰবি ৰ “ৰঘুপতি”

সম্প্ৰতি যতীন বৰাৰ সমান্তৰালকৈ অসমীয়া চিনেমাক লৈ সষ্টম হৈ পৰিছে অভিনেতা ৰবি শৰ্মাও। অসমীয়া চিনেমাক যোৰ কৰি ৰাইজৰ মন-মগজুত ভৰাই দিব লগা হৈছিল যদিও বৰ্তমান ই কিছু পৰিমাণে হ’লেও নিজ বাটৰ ডাঁৱৰ আঁতৰাই আগবাঢ়িব লৈছে।...

Aparupa

“অপৰূপা” তুমি মুক্তঃ

“অপৰূপা” হৈছে জাহ্নু বৰুৱাই ১৯৮২ চনত পৰিচালনা কৰা প্ৰথম অসমীয়া বোলছবি। ইয়াৰ লগতে ৰাষ্ট্ৰীয় চলচিত্ৰ নিগমে প্ৰযোজনা কৰা এইখনে প্ৰথম অসমীয়া বোলছবি। উক্ত বোলছবিখন হিন্দী ভাষাতো মুক্তি লাভ কৰে...

Dipika Padukone

“চাপাক”:

“ৰামলীলা”, “বাজীৰাও মষ্টানী”, “পদ্মাৱত” আদিৰ নিচিনা বোলছবিত প্ৰত্যাহ্বানমূলক চৰিত্ৰ কৰাৰ পিছত এইবাৰ অভিনেত্ৰী দীপিকা পাডুকন ব্যস্ত হৈ পৰিছে “চাপাক” ক লৈ। এচিড আক্ৰমণৰ বলি...

Bharat

নিজ বিবাহৰ বাবেই প্ৰিয়ংকাই এৰিলে “ভাৰত”:

অহা ৫ জুন তাৰিখে মুক্তি পাবলগীয়া ছলমানৰ খানৰ “ভাৰত” এৰি প্ৰিয়ংকা বহিছিল বিবাহ মণ্ডপত। প্ৰথমতে “ভাৰত” ৰ অফাৰ তেওঁলৈ আহিছিল যদিও একমাত্ৰ নিক জনাছ ৰ সৈতে বিয়া হ’বলৈ এৰি দিছিল প্ৰিয়ংকাই তেওঁৰ...

Dora and the Lost City of Gold

ড’ৰা এণ্ড দা লাষ্ট চিটি অৱ’ গল্ডঃ

ড’ৰা ছিৰিজৰ নৱতম সংস্কৰণ “ড’ৰা এণ্ড দা লাষ্ট চিটি অৱ গ’ল্ড” আহি আছে অহা ৩১ জুলাইত। জেমচ ৰ’বিনৰ দ্বাৰা পৰিচালিত বোলছবিখনত মূখ্য ড’ৰাৰ চৰিত্ৰত অভিনয় কৰিছে ইজাবেল ম’নাৰে।...

Amitabh Bachchan

দেউতাৰ আদেশত হৈছিল আমাৰ বিয়াঃ জয়া-অমিতাভৰ শুভ ৪৬ঃ

অমিতাভ আৰু জয়া বচ্চনৰ ৪৬তম্ বিবাহ বাৰ্ষিকীত বলিউডৰ “এংগ্ৰি য়ং মেন” তথা “বিগ বি” য়ে প্ৰকাশ কৰে দুই প্ৰেমিকদ্বয়ৰ বিয়াৰ কাহিনী। জয়া লগতে তেওঁৰ বন্ধুৰ সৈতে অমিতাভ বচ্চনে লণ্ডনলৈ ফুৰিব যাব বিচৰাত...

Kalank

“কলংক”ৰ অসফলতাত সকলো দোষ মোৰঃ কৰণ জহৰ-

চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ১৭ তাৰিখে মুক্তিপ্ৰাপ্ত বিগ বাজেট ফিল্ম “কলংক” এ বস্ক অফিচত আশানুযায়ী প্ৰদৰ্শন নকৰাৰ সকলো দোষ নিজ মূৰ পাতি লয় প্ৰযোজক কৰণ জহৰে। ১৫০ কোটি টকা ব্যয়ৰে বোলছবি নিৰ্মাণৰ স্বত্বেও ইয়াৰ বস্ক...

Panipat

এইবাৰ পানীপথৰ যুদ্ধঃ

সম্প্ৰতি বলিউডত বুৰঞ্জীমূলক ছবিয়ে এক প্ৰভাৱ বিস্তাৰ কৰিছে। এনে ছবি নিৰ্মাণত দখল থকা আশুতোষ গোৱাৰিকাৰে নিৰ্মাণ কৰিছে “পানীপথ”। ১৭৬১ চনত হোৱা পানীপথৰ তৃতীয়খন যুদ্ধৰ বৰ্ণনা কৰিয়ে নিৰ্মাণ কৰা হৈছে উক্ত বোলছবিখন।...

Laxmi Bomb Bollywood Movie

“আখ মে চুৰমা” লৈ এইবাৰ অক্ষয়ঃ

নিতৌ নিজ ছবিত বিভিন্নতা প্ৰৰ্দশন কৰা অক্ষয় কুমাৰক এইবাৰো দেখা যাব এক ব্যতিক্ৰমী ৰূপত। “লক্ষ্মী ব’ম্ব” নামৰ ছবি খনৰ যোগেদি প্ৰকাশ পাব অক্ষয় কুমাৰৰ এই অন্য ৰূপ। অমিতাভ বচ্চন,তুষাৰ কাপুৰ,কিয়াৰা আদৱানি, আৰ...