Rupaliparda.com

Author - admin

Borola Kai

বৰলা কাইঃ

কল্যাণ জ্যোতি বৰা আৰু ৰঞ্জন দত্তৰ প্ৰযোজনাৰে সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া ৭বজাত এজন বৰলাৰ জীৱন কাহিনীৰে ৰং চেনেলত প্ৰচাৰিত হয় এখন ধাৰাবাহিক “বৰলা কাই”। বিয়াৰ বাবে সাংঘাতিক চেষ্টা কৰাৰ পিছতো...

Tora

তৰাঃ

জাহ্নু বৰুৱাৰ কাহিনী আৰু পৰিচালনাৰে তথা “চিলড্ৰেন ফিল্ম চছাইটী ইণ্ডিয়া” ৰ প্ৰযোজনাৰে ২০০৪ বৰ্ষতে শিশুকেন্দ্ৰিক বোলছবি “তৰা” ই মুক্তি লাভ কৰিছিল। সৰল-স্বাৰ্থপৰহীন মনৰ এটা শিশু কাহিনীৰে নিৰ্মিত কৰা...

ৰাইনো এক্সপ্ৰেছঃ

ৰাইনো এক্সপ্ৰেছঃ

অসমীয়া চিনেমাৰ নতুন জাগৰণৰ প্ৰতি লক্ষ্য ৰাখি লগতে অসমীয়া জনসাধাৰণক অসমীয়া চিনেমাৰ প্ৰতি আকৃষ্ট কৰিবলৈ আহি আছে “ৰাইনো এক্সপ্ৰেছ”। জনসাধাৰণৰ সোৱাদনুযায়ী চিনেমা যোগান ধৰাক লৈ এতিয়া আগবাঢ়িছে “ৰাফ এণ্ড...

Pushpita

পুষ্পিতাঃ

২০১৪ চনৰ এখন আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চুটি ছবি হৈছে “পুষ্পিতা”। ৯ মিনিট ১৭ চেকেণ্ড দৈৰ্ঘ্যৰ চুটি ছবিখনে সাঙুৰি লৈছে সমাজৰ এক নগ্নতা। কাদম্বৰী কাশ্যপৰ কাহিনী তথা পৰিচালনা আৰু প্ৰমোদ দাসৰ প্ৰযোজনাৰ...

Srutaxwini

শ্ৰোতস্ৰিনী

নানান খলা-বমা আৰু চলা-নচলাৰ মাজেৰে অসমীয়া চিনেমাই এই পৰ্যায় পাইছে। চিনেমা গৃহত অসমীয়া চিনেমা চলোৱাৰ বাবে বিভিন্ন জনে বিভিন্ন ধৰণে মাত মাতি আহিছে। প্ৰত্যেকটো মাহতেই একোখন অসমীয়া চিনেমা মুক্তি পোৱাটো অসমীয়া চলচিত্ৰ জগতৰ...

Shame

লাজ

মঞ্জু বৰুৱাৰ পৰিচালনা তথা অৰুণ গোস্বামীৰ কাহিনীৰে ২০০৪ বৰ্ষত মুক্তিপ্ৰাপ্ত এখন বোলছবি হৈছে “লাজ”। কেইবাটাও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ সুবিধা পোৱা বোলছবিখনে শিক্ষা গ্ৰহণৰ প্ৰতি...

Memsahab

এইবাৰ “আৱাহন” ত মেমচাহাবঃ

প্ৰস্তুতি পৰাশৰে নিজ সুদক্ষ অভিনয়ৰে আকৌ এবাৰ দৰ্শকক মোহিবলৈ আহি আছে। থিয়েটাৰৰ যোগেদি দৰ্শকক প্ৰত্যেকবাৰে নতুন কিবা দিয়াৰ চেষ্টা কৰে অভিনেত্ৰী গৰাকীয়ে। তেওঁৰ অভিনয়ৰ বাবে দৰ্শকে কেতিয়াবা আহ্বান কৰে উপৰঞ্চি দৰ্শনীৰ। ২০১৯...

The Firing Range

দা ফায়াৰিং ৰেঞ্জঃ

গল্প আৰু উপন্যাসৰ কাহিনীক মূল হিচাপে লৈ বৰ্তমানলৈ নিৰ্মাণ হৈছে বহুকেইখন বোলছবি। এক কথাত ক’বলৈ হ’লে চিনেমাৰ লগত গল্প তথা উপন্যাসৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। ঠিক তেনেদৰে এইবাৰ এটা কবিতাৰ কথাক কাহিনী আকাৰে লৈ...

Rowd hoi aaha tumi

ৰ’দ হৈ আহা তুমিঃ

চলিত বৰ্ষতে চিনেমা গৃহলৈ আহি আছে এখন পাৰিবাৰিক বোলছবি “ৰ’দ হৈ আহা তুমি”। তপন বৰদলৈৰ পৰিচালনা,কাহিনী,চিত্ৰনাট্য লগতে সংলাপ আৰু এম.বি ফিল্মছৰ বেনাৰত মৌছুমী বৰদলৈয়ে প্ৰযোজনা কৰা উক্ত বোলছবিখনৰ মূখ্য হৈছে...

Firingoti

ফিৰিঙতিঃ “দা স্পাৰ্ক-

১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সমসাময়িকত লিখা কাহিনীৰে ১৯৯২ চনত মুক্তিপ্ৰাপ্ত এখন বোলছবি হৈছে “ফিৰিঙতি”। এগৰাকী বিধৱা শিক্ষয়িত্ৰীৰ জীৱন কাহিনীৰে আৰম্ভ বোলছবিখনে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰে। এটা মূখ্য চৰিত্ৰ...