Rupaliparda.com

Author - Utpal Mena

Jaya Seal

|| জয়াৰ ‘ দ্য গ্রিন উইন্ডো ‘ আৰু …|| – উৎপল মেনা

৭ এপ্ৰিলৰ খবৰ । কলকাতাৰ সাংবাদিক বন্ধু এগৰাকীয়ে দিয়া । জয়া শীলৰ নতুন চিনেমাৰ । নাম — ‘ দ্য গ্রিন উইন্ডো ‘ (The Green Window) । ৬৪ বছৰীয়া খ্রিস্টান মহিলা জর্জিয়া ফার্নান্ডেজৰ চৰিত্ৰত অভিনয় কৰিছে জয়াই ।...

Surekha Sikri

|| পতনৰ পিছত নক্ষত্ৰ চৰ্চা … || — উৎপল মেনা

বলিউডৰ ” তৰা ” নাছিল ! – কিন্তু ভালেমান ৰূপালী গল্পৰ পোহৰ তেও ! নক্ষত্ৰৰ দৰে অভিনয় চমক দেখিছো ” তমছ ” , ” মাম্মো ” ( ১৯৯৪ ত চিত্ৰগৃহলৈ অহা চিনেমা খনৰ ফায়াজী চৰিত্ৰটোই মনত সাঁচ...

|| অসমীয়া চিনেমাত অদ্ভুত চিন্তাৰ অদ্ভুত ৰূপালী গল্পৰ স্ৰষ্টা || -- উৎপল মেনা 10

|| অসমীয়া চিনেমাত অদ্ভুত চিন্তাৰ অদ্ভুত ৰূপালী গল্পৰ স্ৰষ্টা || — উৎপল মেনা

ৰজত কাপুৰ । ” ৰজত কাপুৰৰ সৈতে বিভ্ৰান্ত হোৱাৰ অৱকাশ নাই । ৰজত কাপুৰে পৰিচালকক পথভ্ৰষ্ট হোৱাত সহায় নকৰে । ৰজত কাপুৰে হাতে কামে পৰিচালকক কয় — সপোন নেদেখিবা ! যি কৰাৰ মন কৰিবলৈ সাজু হোৱা , মই আছো ! ”...

Saurabh Ganguli

|| ৰূপালী পৰ্দাত সৌৰভ গাংগুলীৰ ৰূপালী গল্প || – উৎপল মেনা

” শচীন: এ বিলিয়ান ড্রিমছ ” — ২০১৭ চনৰ চিনেমা । ডকুমেন্টাৰি স্পোর্টছ চিনেমা । চিনেমা খনৰ নামটোতে স্পষ্ট হৈ আছে বিষয় বস্তু । — হয় , ক্ৰিকেটৰ ভগৱান , ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ । এটা ৰূপালী গল্পলৈ...

বেলকনিত ভগৱান

” বেলকনিত ভগৱান ” লৈ 22nd Rainbow London Film Festival ত বিশেষ বঁটা || -উৎপল মেনা

বেলকনিত ভগৱান – God On The Balcony “ৰ মহোৎসৱ যাত্ৰা চলি আছে । প্ৰদশৰ্শন হৈছে , ভিন্ন শিতানত বঁটা পাইছে , ৰাজ্যৰ বাহিৰৰ , দেশৰ বাহিৰৰ আলোচক – সমালোচকে চিনেমা খনৰ চৰ্চা কৰিছে । শেহতীয়া খবৰ —...

তুফান - ফাৰহান আখতাৰ

‘ তুফান ‘ জীৱনৰ গল্প : ৰাকেশ ওম প্ৰকাশ মেহেৰা || – উৎপল মেনা

বক্সিং ৰিঙত ফাৰহান আখতাৰ ! চেহেৰা – শৰীৰ সলনি হৈছে ” মিলখা “ৰ । “ভাগ মিলখা ভাগ “ৰ পৰিচালক ৰাকেশ ওম প্ৰকাশ মেহেৰাই ” মিলখা ” ফাৰহানক নতুন গেট-আপ দিছে নতুন চিনেমা “তুফান...

যতীন বৰা

এক অধ্যায় : যতীন বৰা

যতীন বৰাৰ ধাৰাবাহিক ” দেউতা ” , ” নামঘৰীয়া ” , ” এই চহৰতে ” , “প্ৰতিঘাত ” , ” বিৰিণা পাতৰ আঙঠি ” , ” নীলকণ্ঠ ” , ” নিশাৰ চকুলো ” আদিৰ...

Dilip Kumar

নক্ষত্ৰ পতন : দিলীপ কুমাৰ – উৎপল মেনা

An Era Ends With Dilip Kumar’s Death At 98 — জোকাৰি যোৱা খবৰ । বলিউডেৰ কিংবদন্তি অভিনেতা দিলীপ কুমাৰ কায়িক ভাবে আতৰি গ’ল উভতি নহা বাটেৰে । বুধবাৰে পুৱা ৭ . ৩০ বজাত ।যোৱা ৩০ জুনৰ পৰা মুম্বাইৰ হিন্দুজা...

জেৰিফা ৱাহিদ

যেতিয়া ছুপাৰষ্টাৰে জেৰিফাক কৈছিল — ‘ তুমি ডাঙৰ অভিনেত্ৰী হ’বা ! ‘ || – উৎপল মেনা

সম্ভৱতঃ ২০০০ চনৰ কোনো এটা দিনত জেৰিফা ৱাহিদক প্ৰথমবাৰ লগ পাইছিলো ! — সেই সময়ত মোৰ কৰ্মস্থান আছিল মুম্বাই । কেইদিন মানলৈ গুৱাহাটীলৈ আহিছিলো । ” বিস্ময় “ৰ কাৰ্যালয়ত আড্ডা দি আছিলো । চিনেমা কেন্দ্ৰীক...

The Ultimate Managed Hosting Platform