Rupaliparda.com

স্মৃতিৰ টোপোলাৰ পৰাঃ অসমীয়া ছবি “আমাৰ ঘৰ”-

১৯৫৯ চনত মুক্তি পাইছিল অসমীয়া “আমাৰ ঘৰ” শীৰ্ষক ছবিখনে। ছবিখনৰ পৰিচালনা কৰিছিল নিপ বৰুৱাই। ছবিখনৰ বিষয়ে অধিক জানিব পৰা হোৱা যদিও ক’ব পাৰি যে নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত “আমাৰ ঘৰ” হৈছে এখন পৰিয়ালকেন্দ্ৰিক ছবি। আছলতে, নামটোৱে দৰ্শকক ছবিখনৰ কিছু আভাষ দিয়াত সহায় কৰে। ছবিখনত অভিনয় কৰিছিল বিজয় শংকৰ আৰু বিনা বৰুৱাই।

স্মৃতিৰ টোপোলাৰ পৰাঃ অসমীয়া ছবি "আমাৰ ঘৰ"- 1


১৯৫৯ চনৰ ৪ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰা এই ছবিখনৰ সংগীত পৰিচালক হিচাপে কাম কৰিছিল নিপ বৰুৱাৰে ভাতৃ ব্ৰজেন বৰুৱাই।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.