পৃথিৱীত মুঠ সাতজন এনে মানুহ থাকে যাৰ দেহৰ গঠন অথবা মুখ মণ্ডলৰ এজনৰ লগত আনজনৰ মিল আছে। সেয়া সাধাৰণ লোকো হ’ব পাৰে নাইবা হ’ব পাৰে কোনো চিলেব্ৰেটী।


বলীউডৰ তাৰকা টাইগাৰ শ্ৰফক আকৌ এবাৰ চিনাকী কৰাই দিয়াৰ হয়টো কোনো প্ৰয়োজন নাই। কিন্তু আজি আমি আপোনালোকক টাইগাৰ নহয়; ক’ম টাইগাৰ সৈতে হুবহু একে দেখা ব্যক্তি এজনৰ কথাহে। তেওঁ হৈছে অসমৰ ডেবিদ হাজৰিকা। ডেবিদ হৈছে এগৰাকী মডেল ও জিম ট্ৰেইনাৰ।

টাইগাৰৰ অনুৰাগী এইজন যুৱক দেখিবলৈ প্ৰায় টাইগাৰ শ্ৰফৰ দৰেই। ব’ডি হওঁক চুলিয়েই হওঁক; এবাৰত আপুনি ধৰিবই নোৱাৰিব কোনজন কোন? ডেবিদৰ ইনষ্টাগ্ৰাম একাউন্টৰ পৰা আমি তুলি আনিছো কেইখন মান ফটো। চাওঁচোন আহক-
Add comment