“এপ্পল ব্ৰেণ্ড”-এ প্ৰত্যেক বছৰে আইফোনৰ একোটা নতুন মডেল লোঞ্চ কৰা দেখিবলৈ পোৱা যায়। বিভিন্ন ফিছাৰ সমৃদ্ধ এই ফোনটোক সাধাৰণ মানুহৰ মনত সদায় ক্ৰয় কৰাৰ হেঁপাহ থাকে। উক্ত ব্ৰেণ্ডৰ ফোনটোৰ দামো ইমান অধিক যে ইয়াক লৈ প্ৰত্যকদিনেই চচিয়েল মিডিয়াত কিছু মিম প্ৰস্তুত কৰা হয়।

কিন্তু, বলীউডৰ কেইবাজনো চিলেব্ৰেটীয়ে ইতিমধ্যে ক্ৰয় কৰিলে আইফোন নবীনতম্ মডেল। প্ৰত্যেকেই আইফোন হাতত লৈ ফটো উঠি পোষ্ট কৰিলে চচিয়েল মিডিয়া; এক কথাত ক’বলৈ গ’লে ই হ’ব, “আইফোনৰ জ্বৰত এতিয়া চিলেব্ৰিটী”। ইয়াৰ ভিতৰত প্ৰথমতেই নাম ল’ব পৰা যায় বলীউডৰ কিং শ্বাহৰুখ খানৰ।
ইয়াৰ পিছত মাধুৰী দীক্ষিত, কৰিশ্মা কাপুৰ আৰু কংকনা ৰাণাৱটকো দেখিবলৈ পোৱা যায় আইফোনৰ সৈতে।
Add comment