Rupaliparda.com
মৰমৰ "গল্ডী দা" ক কেনেদৰে জন্মদিনৰ শুভকামনা জনালে শিল্পী সমূহে?? 1

মৰমৰ “গল্ডী দা” ক কেনেদৰে জন্মদিনৰ শুভকামনা জনালে শিল্পী সমূহে??

জুবিন গাৰ্গ ওৰফে গল্ডী দা ৰ জন্মদিনত কেৱল মাত্ৰ সাধাৰণজনেই নহয়; সংগীত জগতৰ সমগ্ৰ শিল্পীও উৎসাহী হৈ থাকে। চচিয়েল মিডিয়াত আজি কেৱল সাধাৰণ জনেই নহয়; জুবিনৰ ফটো পোষ্ট কৰি কেইবাগৰাকীও শিল্পীয়ে যাঁচিছে তেওঁক জন্মদিনৰ শুভকামনা।

মৰমৰ "গল্ডী দা" ক কেনেদৰে জন্মদিনৰ শুভকামনা জনালে শিল্পী সমূহে?? 2
মৰমৰ "গল্ডী দা" ক কেনেদৰে জন্মদিনৰ শুভকামনা জনালে শিল্পী সমূহে?? 3


নৱপ্ৰজন্মৰ প্ৰায় প্ৰত্যেকজন কন্ঠশিল্পীয়ে জুবিন গাৰ্গৰ সৈতে মঞ্চ ভাগ কৰিবলৈ বিচাৰে। তেওঁৰ লগত গীত পৰিৱেশন কৰাটো যেন এটা সপোন। ঋতৃষা, সুবাসনা, বৰ্ণালী, নীল আকাশ, বাবু তথা দীক্ষুয়ে কেনেদৰে যাঁচিছে হাৰ্টথ্ৰৱ গৰাকীক শুভাকামনা; চাওঁচোন আহকঃ

View this post on Instagram

#HAPPY_BIRTHDAY #THE_ZUBEEN_GARG

A post shared by Neel Akash (@neel_d_akash) on

https://www.instagram.com/p/B4__IL4haRW/?utm_source=ig_web_copy_link

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.