Rupaliparda.com
তিনিবছৰ বয়সৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰা জুবলীৰ জন্মদিনঃ 1

তিনিবছৰ বয়সৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰা জুবলীৰ জন্মদিনঃ

মাকৰ সান্নিধ্যতাত সংগীত জগতত খোজ পেলোৱা এগৰাকী কন্ঠশিল্পী; তিনিবছৰ বয়সৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰা সকলোৰে পৰিচিত জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱাৰ আজি জন্মদিন। সাধাৰণজনক কেইবাটাও জনপ্ৰিয় গীতৰ উপহাৰ দিয়া এই গৰাকী কন্ঠশিল্পীৰ কন্ঠৰ অনুৰাগী প্ৰায় বহু লোক। জুবিন, পাপনৰ সৈতে গীত পৰিৱেশন কৰাৰ উপৰিও তেওঁ নিজেই “মাটি” এলবামটিৰ লগতে কেইবাটাও গীতত সংগীত পৰিচালক হিচাপেও কাম কৰিছে।

তিনিবছৰ বয়সৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰা জুবলীৰ জন্মদিনঃ 2


ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো নিজৰ গীতেৰে বহু শ্ৰোতাক মুগ্ধ কৰিছে এই গৰাকী কন্ঠশিল্পীয়ে। কিছু দিন পূৰ্বে অমিতাভ গোঁহাইৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে জুবলী বৰুৱা। তেওঁৰ জন্মদিনত আমাৰ সমূহ ৰূপালী পৰ্দাৰ তৰফৰ পৰা তেওঁলৈ জনাইছো জন্মদিনৰ অশেষ শুভকামনা।

তিনিবছৰ বয়সৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰা জুবলীৰ জন্মদিনঃ 3


জুবলীৰ জন্মদিন বিশেষত আহক তেওঁৰ কন্ঠৰে শুনো কেইটিমান জনপ্ৰিয় গীতঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.