Rupaliparda.com

Author - Utpal Mena

নৱবৰ্ষৰ ২৭ জানুৱাৰীত "অনুৰ" ||-- উৎপল মেনা 1

নৱবৰ্ষৰ ২৭ জানুৱাৰীত “অনুৰ” ||– উৎপল মেনা

মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা "অনুৰ"ৰ দুখন পোষ্টাৰ মুকলি কৰে নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, মলয়া গোস্বামী, অনুৰাধা শৰ্মা পূজাৰী, তৰালি শৰ্মা আদিকে ধৰি ভালেমান চিনেকৰ্মী-চিত্ৰ ৰসিকৰ...

গুৱাহাটী ডায়েৰীজ | Rupaliparda.com

১০ জুলাইত “গুৱাহাটী ডায়েৰীজ” ||–উৎপল মেনা

এখন নতুন অসমীয়া চিনেমা– ‘গুৱাহাটী ডায়েৰীজ’। প্ৰশান্ত শইকীয়া পৰিচালনা। ডাঃ প্ৰণীতা শইকীয়াৰ প্ৰযোজনা। প্ৰযোজক গৰাকীৰ আমন্ত্ৰণ –“আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ১০ জুন ২০২২ তাৰিখে মুক্তি...

Dr. Bhupen Hazarika | Rupaliparda.com

ভূপেন হাজৰিকাৰ চিনেমা/২ ||– Utpal Mena

‘জীৱন তৃষ্ণা’– অসিত সেনৰ পৰিচালনা। ২৫ ডিচেম্বৰ ১৯৫৭ত চিত্ৰগৃহলৈ অহা ১৪০ মিনিট দৈৰ্ঘৰ চিনেমা খন ব্যৱসায়িক দিশত সফল হৈছিল। সফলতাৰ এটা কাৰণ আছিল সংগীত। “সাগৰ সঙ্গমত…”ৰ লগতে ব্যৱহাৰ কৰিছিল...

Dr. Bhupen Hazarika | Rupaliparda.com

ভূপেন হাজৰিকাৰ চিনেমা -১

ভূপেন হাজৰিকাৰ চিনেমা, খবৰটো প্ৰকাশ পাইছিল– ‘মিড-ডে’ কাকতত। এখন চিনেমা নিৰ্মাণ হব। বিষয়– ভূপেন হাজৰিকা। চিত্ৰনাট্য লিখি আছে কল্পনা লাজমীয়ে। এই খবৰ সেই সময়ৰ, যি সময়ত ‘কায়িক ভূপেন...

Kripal Kalita | Rupaliparda.com

ৰাফ cut : কৃপাল কলিতা ||– উৎপল মেনা

আমাৰ প্ৰশ্ন : প্ৰথমে জানিব বিছাৰিম আপোনাৰ ‘সফলতা’ক আপুনি কেনেদৰে বিশ্লেষণ কৰিব? – হয় ,’ব্ৰীজ’ৰ কথা কৈছো। কৃপাল কলিতা : আমাৰ মনৰ কথা খিনি জানিব বিচৰা বাবে প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন...

Rang | Rupaliparda.com

অসমীয়া চিনেমা : ৰং

মুনিন বৰুৱাৰ অসমীয়া চিনেমা : ৰং চিনেমাখনৰ বিষয়বস্তু মানুহৰ মনৰ ‘ৰং’৷ চিত্ৰনাট্যকাৰ, পৰিচালকে কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে৷ দুটা প্ৰেমৰ কাহিনীৰ সহায়ত চিনেমাখনৰ কাহিনীভাগ আগবঢ়াই নিছে৷ চিনেমাখনৰ মূল চৰিত্ৰটোৰ নাম...

Daag | Rupaliparda.com

অসমীয়া চিনেমা : দাগ ||– উৎপল মেনা

চাহ বাগানৰ মালিকৰ সন্তান, এটি কিশোৰ৷ কিশোৰ কালতে পিতৃক হেৰুওৱা ‘কিশোৰ’ৰ গাত, মনত খুৰাকে দিয়া অত্যাচাৰৰ দাগ৷ হয়তো সেই দাগৰ বাবেই মনলৈ খং আহে, যি খঙে যন্ত্ৰণা দিয়ে; আৰু মনত ‘অশান্ত মানুহ এজন’ সাৰ পাই উঠে৷ ‘কিশোৰ’জন...

Baarud | Rupaliparda.com

অসমীয়া চিনেমা : বাৰুদ ||– উৎপল মেনা

‘বাৰুদ’ৰ নায়ক কোন–যতীন বৰা নে তপন দাস?…আৰু নায়িকা–পূৰৱী শৰ্মা নে প্ৰস্তুতি পৰাশৰ? বিষ্ণু খাৰঘৰীয়াক নায়ক বুলি ক’লে ভুল হ’ব নেকি? প্ৰশ্নকেইটাৰ উত্তৰ আমি যেনেদৰেই নিদিওঁ কিয়, অশুদ্ধ বুলি ক’ব নোৱাৰিব৷ অৰ্থাৎ চিনেমাখনৰ...

Nayak | Rupaliparda.com

অসমীয়া চিনেমা : নায়ক ||– উৎপল মেনা

নায়ক’ প্ৰতিজন দৰ্শককে সন্তুষ্ট কৰিব পৰা চিনেমা অৱশ্যেই নহয়৷ কিন্তু সুপৰিকল্পিত যে সন্দেহ নাই; মুনিন বৰুৱাই ‘ট্ৰিট’ কৰা চিনেমা ‘নায়ক’৷ ‘নায়ক’ৰ কাহিনীভাগ দৰ্শকক চুই যাব পৰা, সংগীত হৃদয় স্পৰ্শ কৰিব পৰা...

The Ultimate Managed Hosting Platform