Rupaliparda.com

মহাযুদ্ধ /চিনেবাৰ্তা –উৎপল মেনা

এখন অসমীয়া চিনেমা– “মহাযুদ্ধ”। ফ্ল’ৰত যুদ্ধ আৰম্ভ হোৱা নাই, হ’ব অহা অক্টোবৰ পৰা, প্ৰধান সেনাপতি নিৰ্মল দাসৰ নিৰ্দেশত। –হয়, “মমতাৰ চিঠি”ৰ পৰিচালক নিৰ্মল দাসৰ...

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম–...

কুঁহিপাঠ / চিনেচৰ্চা –উৎপল মেনা

“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ...

Editor’s pick

Aparupa

“অপৰূপা” তুমি মুক্তঃ

“অপৰূপা” হৈছে জাহ্নু বৰুৱাই ১৯৮২ চনত পৰিচালনা কৰা প্ৰথম অসমীয়া বোলছবি। ইয়াৰ লগতে ৰাষ্ট্ৰীয় চলচিত্ৰ নিগমে প্ৰযোজনা কৰা এইখনে প্ৰথম অসমীয়া বোলছবি। উক্ত বোলছবিখন হিন্দী ভাষাতো মুক্তি লাভ কৰে...

১০ খনতকৈ অধিক ছবি তথা কেইবাখনো ভিচিডিত অভিনীতঃ নিশিতা গোস্বামীৰ জন্মদিন-

অসমীয়া চলচিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে নিশিতা গোস্বামী। ৬০-৭০ দশকৰ অসমীয়া চলচিত্ৰ জগতৰ খ্যাতনামা অভিনেত্ৰী মলয়া গোস্বামী তথা তেওঁৰ মাতৃৰ পৰাই অভিনয় ক্ষেত্ৰখনৰ লগত চিনাকী হোৱা নিশিতা গোস্বীমাক ৬ বছৰ বয়সতে...

ভ্ৰাম্যমাণৰ কাহিনীৰ আধাৰত নিৰ্মিত “আৱৰ্তন”-

ভৱেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা পৰিচালিত ষষ্ঠ সংখ্যক ছবিখন হৈছে “আৱৰ্তন”। কোনো উপন্যাস তথা চুটিগল্পৰ আধাৰত নিৰ্মাণ নকৰি ভৱেন্দ্ৰ নাথ শইকীয়াই “আৱৰ্তন” নিৰ্মাণ কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপৰত আধাৰিত...

This week’s hottest

স্বৰ্গৰথ /পূৰ্বালোকন --উৎপল মেনা 32

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক...

সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট –উৎপল মেনা

এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো “চৰ্চা” যেন একোটা গল্প। সন্দেহ নাই– প্ৰতটো “চৰ্চা”ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা খনৰ...

Abhimanyu

অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ...

Latest articles