Rupaliparda.com

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই...

ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে...

সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট –উৎপল মেনা

এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো “চৰ্চা” যেন একোটা গল্প। সন্দেহ নাই– প্ৰতটো “চৰ্চা”ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা...

Editor’s pick

৫০-৬০ দশকত কুৰিতকৈও অধিক ছবিত অভিনীত অভিনেত্ৰী "বীণা দাস মান্না" 20

৫০-৬০ দশকত কুৰিতকৈও অধিক ছবিত অভিনীত অভিনেত্ৰী “বীণা দাস মান্না”

সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত “কাৰাগাৰ” নাটকৰ জৰিয়তে অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰা বীণা দাস মান্নাই ফণী শৰ্মাৰ “ভোগজৰা” নাটকত ৰূপায়ন কৰা “ৰূপা পাগলী” ৰ চৰিত্ৰটো বৰ্তমানেও...

সংগীত মহাৰথী পঞ্চম দাৰ ৮০সংখ্যক উপজা দিন

সমগ্ৰ বিশ্বৰ সংগীতক্ষেত্ৰত বৰ্তমানেও জিকমিকাই থকা নক্ষত্ৰ আৰ.ডি.বৰ্মন ওৰফে পঞ্চম দাৰ আজি ৮০সংখ্যক জন্মদিনৰ দিনা ৰূপালী পৰ্দাৰ ফালৰ পৰা এইজনা বিখ্যাত সংগীত শিল্পীক আমি শ্ৰদ্ধাৰে সোঁৱৰিছো। ১৯৩৯ চনৰ ২৭ জুনত ব্ৰিটিছ শাষিত...

ভ্ৰাম্যমাণৰ কাহিনীৰ আধাৰত নিৰ্মিত “আৱৰ্তন”-

ভৱেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা পৰিচালিত ষষ্ঠ সংখ্যক ছবিখন হৈছে “আৱৰ্তন”। কোনো উপন্যাস তথা চুটিগল্পৰ আধাৰত নিৰ্মাণ নকৰি ভৱেন্দ্ৰ নাথ শইকীয়াই “আৱৰ্তন” নিৰ্মাণ কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপৰত আধাৰিত...

This week’s hottest

Abhimanyu

অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ...

“কেলেণ্ডাৰ”ৰ পৰিচালকৰ “তাৰিখ” –উৎপল মেনা

আৰু এখন অসমীয়া চিনেমা– হিমজ্যোতি তালুকদাৰৰ। “কেলেণ্ডাৰ”ৰ পৰিচালক গৰাকীৰ দ্বিতীয় খন চিনেমা, নাম– তাৰিখ”। সামাজিক মাধ্যমত এখন দেখা এখন স্থিৰচিত্ৰ। বহু কথা কৈ যোৱা, চকু চুই যোৱা। ফ্ৰেমত–...

লৰ্ড দাসৰ নতুন চিনেমা--উৎপল মেনা 44

লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা

৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত শিল্পী...

Latest articles