Rupaliparda.com

ৰাফ cut: হেমন্ত দেবনাথ — উৎপল মেনা

এজন ভাল অভিনেতা, পৰিচালকৰ অভিনেতা– হেমন্ত দেবনাথ। কমফুটেজৰ চৰিত্ৰতে দৰ্শকক চুই যাব পৰা “অভিনয় শক্তি”ৰ গৰাকী। উদাহৰণ– “ৰঙাটাপু-১৯৮২” (পৰিচালক: আদিত্যম শইকীয়া)। (চিনেমা খনৰ...

ৰবিক লৈ “ৰুদ্ৰ” নিৰ্মাণত ব্যস্ত ৰূপক গগৈ –উৎপল মেনা

‘ৰুদ্ৰ” নিৰ্মাণ কৰ্ম চলি আছে! আজিৰ তাৰিখত “বজাৰ সফলতা”ৰ ট্ৰেকত থকা “নায়ক” ৰবি শৰ্মাক লৈ “ৰুদ্ৰ” নিৰ্মাণত ব্যস্ত আছে চিনেমা লেখক-পৰিচালক ৰূপক গগৈ। ৰূপকৰ আমন্ত্ৰণত...

দেশৰ ১০০টা চিত্ৰগৃহত “কুকি” — উৎপল মেনা

কুকি– ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ। ৰূপালী গল্পটোৰ নাম– “কুকি” (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ...

Editor’s pick

বান্ধোনঃ

বান্ধোনঃ

২৬/১১/২০০৮ মুম্বাইত হোৱা সন্ত্ৰাসবাদ আক্ৰমণৰ পটভূমিত নিৰ্মিত; জাহ্নু বৰুৱাৰ পৰিচালনা আৰু অসম ৰাজ্যিক চলচিত্ৰ নিগমৰ (বিত্ত আৰু উন্নয়ন) প্ৰযোজনাৰে ২০১২ চনত ২৬ অক্টোবৰত মুক্তিপ্ৰাপ্ত এখন বোলছবি “বান্ধোন” (...

আশা, সপোনৰ আৰু সংগ্ৰামৰ “আলিফা”-

দীপ চৌধুৰীৰ কাহিনী আৰু পৰিচালনাৰে ২০১৮ চনত মুক্তিপ্ৰাপ্ত ছবি “আলিফা” ই দেখুৱাইছিল বঙালী-মুছলমান কমিউনিটীৰ ভিতৰৰ কিছু জীৱন সংগ্ৰাম। অসমীয়াৰ ভাষাৰ লগতে ছবিখনক বাংলা ভাষাতো ইয়াক মুক্তি দিয়া হৈছে। ১ ঘণ্টা ৪৯ মিনিট...

|| ৰাফ cut : জয়ন্ত হাজৰিকাৰ জন্মদিনত… ||- উৎপল মেনা

জয়ন্ত হাজৰিকাক আমি লগ নাপালো। ১৫ অক্টোবৰ ১৯৭৭ ত কায়িক জয়ন্ত হাজৰিকা আমাৰ মাজৰ পৰা আতৰি গৈছিল । ২০০৩ চনৰ কোনো এটা দিনত মিঠু বৌৰ সৈতে , নিজৰাপাৰৰ ‘ জয়ন্তু হাজৰিকা’ৰ ঘৰত গীতৰ কথা পাতিছিলো , জয়ন্ত হাজৰিকাৰ গীতৰ...

This week’s hottest

প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 13

প্রতিশ্রুতি/ পূৰ্বালোকন –উৎপল মেনা

কিশোৰ তাহবিলদাৰ নাটকৰ মানুহ। serious drama worker– নাট্যকাৰ, নাটক পৰিচালক, অভিনেতা। এদিন আহিছিল আমাৰ গৃহলৈ, আহি নাটকৰ কথা পতা নাছিল, চিনেমাৰ কথা পাতিছিল। কৈছিল– “চিনেমা কৰাৰ মন। চিত্ৰনাট্য লিখি আছোঁ...

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম– “বেলকনিত...

কুঁহিপাঠ / চিনেচৰ্চা --উৎপল মেনা 37

কুঁহিপাঠ / চিনেচৰ্চা –উৎপল মেনা

“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ বিষয়বস্তু–...

Latest articles