Rupaliparda.com

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই...

ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে...

সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট –উৎপল মেনা

এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো “চৰ্চা” যেন একোটা গল্প। সন্দেহ নাই– প্ৰতটো “চৰ্চা”ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা...

Editor’s pick

আশা, সপোনৰ আৰু সংগ্ৰামৰ "আলিফা"- 20

আশা, সপোনৰ আৰু সংগ্ৰামৰ “আলিফা”-

দীপ চৌধুৰীৰ কাহিনী আৰু পৰিচালনাৰে ২০১৮ চনত মুক্তিপ্ৰাপ্ত ছবি “আলিফা” ই দেখুৱাইছিল বঙালী-মুছলমান কমিউনিটীৰ ভিতৰৰ কিছু জীৱন সংগ্ৰাম। অসমীয়াৰ ভাষাৰ লগতে ছবিখনক বাংলা ভাষাতো ইয়াক মুক্তি দিয়া হৈছে। ১ ঘণ্টা ৪৯ মিনিট...

আকৌ এবাৰ ব্যতিক্ৰমী কাহিনীৰে অসমীয়া ছবি “ফিয়াৰ ফ্লাইচ”-

নিত্য-নতুন চিন্তা তথা কাহিনীৰে নিৰ্মিত হৈছে এখনৰ পিছত এখনকৈ অসমীয়া ছবি। ৰীমা দাসৰ “বুলবুল কেন চিং” ছবিখনত চিত্ৰিত ব্যতিক্ৰমী কাহিনীটোৰ দৰেই প্ৰকাশ ডেকাই নিৰ্মাণ কৰিছে আন এক তেনে অসমীয়া ছবি; “ফিয়াৰ...

তৰাঃ

জাহ্নু বৰুৱাৰ কাহিনী আৰু পৰিচালনাৰে তথা “চিলড্ৰেন ফিল্ম চছাইটী ইণ্ডিয়া” ৰ প্ৰযোজনাৰে ২০০৪ বৰ্ষতে শিশুকেন্দ্ৰিক বোলছবি “তৰা” ই মুক্তি লাভ কৰিছিল। সৰল-স্বাৰ্থপৰহীন মনৰ এটা শিশু কাহিনীৰে নিৰ্মিত কৰা...

This week’s hottest

Abhimanyu

অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ...

“কেলেণ্ডাৰ”ৰ পৰিচালকৰ “তাৰিখ” –উৎপল মেনা

আৰু এখন অসমীয়া চিনেমা– হিমজ্যোতি তালুকদাৰৰ। “কেলেণ্ডাৰ”ৰ পৰিচালক গৰাকীৰ দ্বিতীয় খন চিনেমা, নাম– তাৰিখ”। সামাজিক মাধ্যমত এখন দেখা এখন স্থিৰচিত্ৰ। বহু কথা কৈ যোৱা, চকু চুই যোৱা। ফ্ৰেমত–...

লৰ্ড দাসৰ নতুন চিনেমা--উৎপল মেনা 42

লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা

৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত শিল্পী...

Latest articles