এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো “চৰ্চা” যেন একোটা গল্প। সন্দেহ নাই– প্ৰতটো “চৰ্চা”ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা...
ভুল বুজাবজিৰে সম্পৰ্কত লগা “গ্ৰহণ”-
২০১৪ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ছবিখন হৈছে “গ্ৰহণ”। তিলক শৰ্মাৰ পৰিচালনাৰে তথা এম চৌধুৰীৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ কাহিনী ভাগ হৈছে ৰোমান্টিক। সন্দেহে অথবা ভুল বুজাবুজিয়ে কেনেদৰে একোটা সুন্দৰ সম্পৰ্ক নষ্ট কৰিব...
October 19, 2019
1 min read