Rupaliparda.com

দেশৰ ১০০টা চিত্ৰগৃহত “কুকি” — উৎপল মেনা

কুকি– ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ। ৰূপালী গল্পটোৰ নাম– “কুকি” (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ...

প্রতিশ্রুতি/ পূৰ্বালোকন –উৎপল মেনা

কিশোৰ তাহবিলদাৰ নাটকৰ মানুহ। serious drama worker– নাট্যকাৰ, নাটক পৰিচালক, অভিনেতা। এদিন আহিছিল আমাৰ গৃহলৈ, আহি নাটকৰ কথা পতা নাছিল, চিনেমাৰ কথা পাতিছিল। কৈছিল– “চিনেমা কৰাৰ মন। চিত্ৰনাট্য...

মহাযুদ্ধ /চিনেবাৰ্তা –উৎপল মেনা

এখন অসমীয়া চিনেমা– “মহাযুদ্ধ”। ফ্ল’ৰত যুদ্ধ আৰম্ভ হোৱা নাই, হ’ব অহা অক্টোবৰ পৰা, প্ৰধান সেনাপতি নিৰ্মল দাসৰ নিৰ্দেশত। –হয়, “মমতাৰ চিঠি”ৰ পৰিচালক নিৰ্মল দাসৰ...

Editor’s pick

Sholey

“শ্বোলে” সফলতা আৰু কিছু কথাঃ

১৯৭৫ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰা “শ্বোলে” দৰ্শকক প্ৰথম সপ্তাহত ছবিগৃহলৈ টানি নিব পৰা নাছিল। ৩ ঘণ্টা দৈৰ্ঘ্যৰ বোলছবি খনে পোৱা প্ৰায় মন্তব্যই আছিল ঋণাত্মক। কিন্তু পিছলৈ লাহে লাহে ছবিগৃহলৈ দৰ্শকৰ সোঁত...

চৰিত্ৰ উপভোগ কৰে আদিল হুছেইনে || – উৎপল মেনা

আদিল হুছেইনৰ অভিনয় প্ৰথম কেতিয়া দেখিচিলো ! — মনত পৰিছে ! — ‘ ভায়ামামা ‘ত । ৮০ৰ দশকৰ অসমৰ বিখ্যাত কৌতুকগোষ্ঠী “ভায়ামামা”ত অভিনয় কৰিছিল আদিল হুছেইনে । ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী (ভায়ামামা...

ভূপেন হাজৰিকাৰ চিনেমা -১

ভূপেন হাজৰিকাৰ চিনেমা, খবৰটো প্ৰকাশ পাইছিল– ‘মিড-ডে’ কাকতত। এখন চিনেমা নিৰ্মাণ হব। বিষয়– ভূপেন হাজৰিকা। চিত্ৰনাট্য লিখি আছে কল্পনা লাজমীয়ে। এই খবৰ সেই সময়ৰ, যি সময়ত ‘কায়িক ভূপেন...

This week’s hottest

Jatin Khanikar

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম– “বেলকনিত...

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক...

ৰাফ cut: ড° মাইনু দেবী --উৎপল মেনা 51

ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে চিনেমা খনৰ...

Latest articles