Rupaliparda.com

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম–...

কুঁহিপাঠ / চিনেচৰ্চা –উৎপল মেনা

“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ...

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই...

Editor’s pick

পাকঘৰৰ ৰেচিপি আহিব হাজাৰজন দৰ্শকৰ মাজলৈঃ আৰম্ভ হ'ব "গৃহিণী চিজন ২"- 23

পাকঘৰৰ ৰেচিপি আহিব হাজাৰজন দৰ্শকৰ মাজলৈঃ আৰম্ভ হ’ব “গৃহিণী চিজন ২”-

এগৰাকী গৃহিণীয়ে সংসাৰৰ ক-খ ৰ পৰা আদি কৰি সমস্ত দায়িত্ব পালন কৰে। সংসাৰক দিয়া সময়কণৰ মাজতেই কিছু মহিলাই আকৌ নিজৰ ভালপোৱা কামখিনি যেনেঃ চিলাই কৰা, স্ব-সৃষ্ট বাগান খনৰ আলপৈচান ধৰা আদি সকলো কামত মনোনিৱেশ কৰে। গতিকে, এনে...

ভ্ৰাম্যমাণৰ কাহিনীৰ আধাৰত নিৰ্মিত “আৱৰ্তন”-

ভৱেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা পৰিচালিত ষষ্ঠ সংখ্যক ছবিখন হৈছে “আৱৰ্তন”। কোনো উপন্যাস তথা চুটিগল্পৰ আধাৰত নিৰ্মাণ নকৰি ভৱেন্দ্ৰ নাথ শইকীয়াই “আৱৰ্তন” নিৰ্মাণ কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপৰত আধাৰিত...

|| এক মিনিট দৈৰ্ঘৰ পৰা … ||- উৎপল মেনা

চৰ্চাত মনোজ বাজপেয়ী ! ‘ ভোঁছলে ‘ ত কৰা অভিনয়ৰে শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈ যি চৰ্চা লাভ কৰিছিল , সেয়া মাৰ যোৱাৰ পূৰ্বে আকৌ চৰ্চালৈ আহিছে অ’ টি পি প্লেটফৰ্মত মুকলি কৰি দিয়া...

This week’s hottest

ৰাফ cut: ড° মাইনু দেবী --উৎপল মেনা 33

ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে চিনেমা খনৰ...

অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ...

জয় হনুমেন: চিনেচৰ্চা --উৎপল মেনা 55

জয় হনুমেন: চিনেচৰ্চা –উৎপল মেনা

” জয় হনুমেন” –এখন অসমীয়া চিনেমা। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনা। হিমাংশুৰ চিনেকৰ্মৰ এটা ভাললগা বা ইতিবাচক দিশ– বিষয়বস্তু নিৰ্বচানত যিমান মন দিয়ে, সিমান মন দিয়ে বজাৰ চিন্তা বা “বজাৰ...

Latest articles