Rupaliparda.com

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম–...

কুঁহিপাঠ / চিনেচৰ্চা –উৎপল মেনা

“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ...

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই...

Editor’s pick

Konikar Ramdhenu

কণিকাৰ ৰামধেনু (Ride on the Rainbow)-

জাহ্নু বৰৱাৰ পৰিচালনা আৰু শৈলধৰ বৰুৱাৰ প্ৰযোজনাৰে ২০০২ চনৰ ২০ ডিচেম্বৰ মাহত মুক্তি প্ৰাপ্ত বোলছবি “কণিকাৰ ৰামধেনু” অৰ্থাৎ “Ride on the Rainbow”। ১১২ মিনিট দৈৰ্ঘ্যৰ এই বোলছবিখন ২০০২ চনত অক্টোবৰত...

বৈধ-অবৈধ ৰ যুদ্ধৰে “কানীন”-

মানৱীয় সম্পৰ্ক আৰু সামাজিক ন্যায় সম্বলিত এখন নাৰীকেন্দ্ৰিক চিনেমা -“কানীন”। শিৱম ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ মূল ভাগ লোৱা হৈছিল ড° ৰীতা চৌধুৰীৰ উপন্যাস “ৰাজীৱ ইশ্বৰ” ৰ পৰা। গতানুগতিক প্ৰেম...

স্মৃতিৰ টোপোলাৰ পৰাঃ অসমীয়া ছবি “আমাৰ ঘৰ”-

১৯৫৯ চনত মুক্তি পাইছিল অসমীয়া “আমাৰ ঘৰ” শীৰ্ষক ছবিখনে। ছবিখনৰ পৰিচালনা কৰিছিল নিপ বৰুৱাই। ছবিখনৰ বিষয়ে অধিক জানিব পৰা হোৱা যদিও ক’ব পাৰি যে নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত “আমাৰ ঘৰ” হৈছে এখন...

This week’s hottest

ৰাফ cut: ড° মাইনু দেবী --উৎপল মেনা 28

ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে চিনেমা খনৰ...

অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ...

জয় হনুমেন: চিনেচৰ্চা --উৎপল মেনা 50

জয় হনুমেন: চিনেচৰ্চা –উৎপল মেনা

” জয় হনুমেন” –এখন অসমীয়া চিনেমা। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনা। হিমাংশুৰ চিনেকৰ্মৰ এটা ভাললগা বা ইতিবাচক দিশ– বিষয়বস্তু নিৰ্বচানত যিমান মন দিয়ে, সিমান মন দিয়ে বজাৰ চিন্তা বা “বজাৰ...

Latest articles