“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী...
ডেট গাষ্টি মৰ্নিংঃ
২০১৬ চনত জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন চুটি ছবি “ডেট গাষ্টি মৰ্নিং”। গাষ্টি ৰ আভিধানিক অৰ্থ হৈছে ধুমুহা। ছবিখনতো শব্দটোক তেনে এক অৰ্থৰেই ব্যৱহাৰ কৰা হৈছে। “আলজেইমাৰ” বেমাৰ এটাৰ পটভূমিত...
June 7, 2019
1 min read