Rupaliparda.com
অসমীয়া প্ৰথমখন থ্ৰীলাৰ ছবিঃ "ডক্তৰ বেজবৰুৱা"- 1

অসমীয়া প্ৰথমখন থ্ৰীলাৰ ছবিঃ “ডক্তৰ বেজবৰুৱা”-

১৯৬৯ চনত মুক্তিপ্ৰাপ্ত প্ৰথমখন অসমীয়া থ্ৰীলাৰ ছবি হৈছে “ডক্তৰ বেজবৰুৱা”। ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত তথা ৰংঘৰ চিনে প্ৰডাকছনৰ বেনাৰত নিৰ্মিত উক্ত ছবিখন অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ নায়কৰ চৰিত্ৰত ডেবিউ ছবি হোৱাৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী দ্বীপেন বৰুৱাইও “ডক্তৰ বেজবৰুৱা” ৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

অসমীয়া প্ৰথমখন থ্ৰীলাৰ ছবিঃ "ডক্তৰ বেজবৰুৱা"- 2


অসমীয়া বাণিজ্যিক ছবিৰ ধাৰা মুকলি কৰা ছবি “ডক্তৰ বেজবৰুৱা” ই ১৯৭০ চনত লাভ কৰিছিল শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা । ছবিখনত থকা কিছু টুইষ্টে ছবিখন আৰু অধিক মনোগ্ৰাহী কৰি তুলিছিল। “ডক্তৰ বেজবৰুৱা” ৰ চৰিত্ৰটোক কেন্দ্ৰ কৰিয়ে ছবিখন ঘূৰি আছে। ডাক্তৰৰ বেশত অইন বদমাছ লোক “পৰম হাজৰিকা” ই ছদ্মৱেশ ধৰি বেয়া কামত লিপ্ত হয়। ইয়াৰ উপৰিও “ডক্তৰ বেজবৰুৱা” ত সংযোজিত কাহিনীভাগত ৰোমাঞ্চকৰ কিছু ঘটনাৰ সৈতে দৰ্শকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা হৈছে।

অসমীয়া প্ৰথমখন থ্ৰীলাৰ ছবিঃ "ডক্তৰ বেজবৰুৱা"- 3


ছবিখনত অভিনয় কৰিছে ব্ৰজেন বৰুৱা, নিপন গোস্বামী, প্ৰতিভা ঠাকুৰ আৰু ৰেণু শইকীয়াই। ছবিখনত সংযোজিত প্ৰত্যেকটা গীতেই দৰ্শকৰ মনত আজিও বিৰাজমান। গীতকেইটা হৈছে ক্ৰমেঃ

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.