Rupaliparda.com

ৰাফ cut: হেমন্ত দেবনাথ — উৎপল মেনা

এজন ভাল অভিনেতা, পৰিচালকৰ অভিনেতা– হেমন্ত দেবনাথ। কমফুটেজৰ চৰিত্ৰতে দৰ্শকক চুই যাব পৰা “অভিনয় শক্তি”ৰ গৰাকী। উদাহৰণ– “ৰঙাটাপু-১৯৮২” (পৰিচালক: আদিত্যম শইকীয়া)। (চিনেমা খনৰ...

ৰবিক লৈ “ৰুদ্ৰ” নিৰ্মাণত ব্যস্ত ৰূপক গগৈ –উৎপল মেনা

‘ৰুদ্ৰ” নিৰ্মাণ কৰ্ম চলি আছে! আজিৰ তাৰিখত “বজাৰ সফলতা”ৰ ট্ৰেকত থকা “নায়ক” ৰবি শৰ্মাক লৈ “ৰুদ্ৰ” নিৰ্মাণত ব্যস্ত আছে চিনেমা লেখক-পৰিচালক ৰূপক গগৈ। ৰূপকৰ আমন্ত্ৰণত...

দেশৰ ১০০টা চিত্ৰগৃহত “কুকি” — উৎপল মেনা

কুকি– ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ। ৰূপালী গল্পটোৰ নাম– “কুকি” (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ...

Editor’s pick

তথাকথিত বিজ্ঞ জনৰ চতুৰালিৰ কাহিনীৰে- “হালধীয়া চৰায়ে বাওঁধান খায়”

১৯৮৭ চনত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন চলচিত্ৰ হৈছে “হালধীয়া চৰায়ে বাওঁধান খায়”। ১২০ মিনিট দৈৰ্ঘ্যৰ বোলছবিখনে স্বৰ্ণকমল বঁটা পোৱাৰ লগতে লাভ কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা। শৈলধৰ বৰুৱা...

অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় তাৰকা বিজু ফুকনঃ

অসমীয়া চলচিত্ৰত ৭০ ৰ দশকৰ পৰা ৰাজত্ব কৰা এগৰাকী অভিনেতা। মৃত্যুৰ পিছতো তেওঁ অভিনীত চলচিত্ৰই মুক্তি লাভ কৰিছিল। “ডাঃ বেজবৰুৱা” নামে ছবিখনত এটা সৰু চৰিত্ৰৰে ভুমূকি মৰা এই গৰাকী অভিনেতাই ৪০ বছৰত প্ৰায় ৮০ খন...

This week’s hottest

প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 20

প্রতিশ্রুতি/ পূৰ্বালোকন –উৎপল মেনা

কিশোৰ তাহবিলদাৰ নাটকৰ মানুহ। serious drama worker– নাট্যকাৰ, নাটক পৰিচালক, অভিনেতা। এদিন আহিছিল আমাৰ গৃহলৈ, আহি নাটকৰ কথা পতা নাছিল, চিনেমাৰ কথা পাতিছিল। কৈছিল– “চিনেমা কৰাৰ মন। চিত্ৰনাট্য লিখি আছোঁ...

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম– “বেলকনিত...

কুঁহিপাঠ / চিনেচৰ্চা --উৎপল মেনা 44

কুঁহিপাঠ / চিনেচৰ্চা –উৎপল মেনা

“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ বিষয়বস্তু–...

Latest articles