Rupaliparda.com

মহাযুদ্ধ /চিনেবাৰ্তা –উৎপল মেনা

এখন অসমীয়া চিনেমা– “মহাযুদ্ধ”। ফ্ল’ৰত যুদ্ধ আৰম্ভ হোৱা নাই, হ’ব অহা অক্টোবৰ পৰা, প্ৰধান সেনাপতি নিৰ্মল দাসৰ নিৰ্দেশত। –হয়, “মমতাৰ চিঠি”ৰ পৰিচালক নিৰ্মল দাসৰ...

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম–...

কুঁহিপাঠ / চিনেচৰ্চা –উৎপল মেনা

“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ...

Editor’s pick

নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ "শুভাশীষ ৰিয়ান কাশ্যপ"- 25

নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ “শুভাশীষ ৰিয়ান কাশ্যপ”-

প্ৰবল ইচ্ছাই অভীষ্ট লক্ষ্যৰ বাট কাটে।অভিনয়ৰ প্ৰতি প্ৰৱল ইচ্ছা থকা শুভাশীষ ৰিয়ান কাশ্যপ এতিয়া ৰূপালী পৰ্দাৰ এখন চিনাকী মুখ ৷ এমেছাৰ মঞ্চৰ পৰা ৰূপালী পৰ্দাৰ জগতখনলৈ শুভাশীষ ৰিয়ান কাশ্যপৰ এই যাত্ৰা বৰ বেছি দীঘলীয়া নহয় যদিও...

“অন্তৰীপ” উপন্যাসখনৰ আধাৰত নিৰ্মিত ছবি “অগ্নিস্নান”

ভৱেন্দ্ৰনাথ শইকীয়াৰ কাহিনী, চিত্ৰনাট্য,সংলাপকে আদি কৰি প্ৰযোজনা আৰু পৰিচালনাৰে ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ছবিখন হৈছে “অগ্নিস্নান”। ছবিখন ভৱেন্দ্ৰ নাথ শইকীয়াৰ “অন্তৰীপ” নামে উপন্যাস খনৰ আধাৰত নিৰ্মিত...

লাখৰ অংকত আয় লাভ কৰা বুৰঞ্জীমূলক ছবি “মণিৰাম দেৱান”-

অসমীয়া ছবিৰ ধাৰাত এক কালত বুৰঞ্জীমূলক ছবি নিৰ্মাণৰ এক ঢৌ উঠিছিল। একেধাৰে কেইবাখনো বুৰঞ্জীমূলক ছবিয়ে মুক্তি লাভ কৰিছিল ৬০-৭০ দশকৰ সময়ছোৱাত। এনে বুৰঞ্জীমূলক ছবিৰ ভিতৰত অন্যতম ছবিখন হৈছে “মণিৰাম দেৱান”। বেণুধৰ...

This week’s hottest

স্বৰ্গৰথ /পূৰ্বালোকন --উৎপল মেনা 38

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক...

সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট –উৎপল মেনা

এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো “চৰ্চা” যেন একোটা গল্প। সন্দেহ নাই– প্ৰতটো “চৰ্চা”ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা খনৰ...

Abhimanyu

অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ...

Latest articles