Rupaliparda.com

দেশৰ ১০০টা চিত্ৰগৃহত “কুকি” — উৎপল মেনা

কুকি– ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ। ৰূপালী গল্পটোৰ নাম– “কুকি” (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ...

প্রতিশ্রুতি/ পূৰ্বালোকন –উৎপল মেনা

কিশোৰ তাহবিলদাৰ নাটকৰ মানুহ। serious drama worker– নাট্যকাৰ, নাটক পৰিচালক, অভিনেতা। এদিন আহিছিল আমাৰ গৃহলৈ, আহি নাটকৰ কথা পতা নাছিল, চিনেমাৰ কথা পাতিছিল। কৈছিল– “চিনেমা কৰাৰ মন। চিত্ৰনাট্য...

মহাযুদ্ধ /চিনেবাৰ্তা –উৎপল মেনা

এখন অসমীয়া চিনেমা– “মহাযুদ্ধ”। ফ্ল’ৰত যুদ্ধ আৰম্ভ হোৱা নাই, হ’ব অহা অক্টোবৰ পৰা, প্ৰধান সেনাপতি নিৰ্মল দাসৰ নিৰ্দেশত। –হয়, “মমতাৰ চিঠি”ৰ পৰিচালক নিৰ্মল দাসৰ...

Editor’s pick

অসমীয়া কমেডী ছবি "ৰাজা ৰিটানৰ্ছ"- 26

অসমীয়া কমেডী ছবি “ৰাজা ৰিটানৰ্ছ”-

২০১৮ চনৰ ২৬ অক্টোবৰ তাৰিখে মুক্তিপ্ৰাপ্ত এখন কমেডী অসমীয়া ছবি হৈছে “ৰাজা ৰিটানৰ্ছ”। কে.ডি ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা কিশোৰ দাসৰ। ১৫ বছৰ বয়সতে নিজ ঘৰৰ পৰা দিল্লীলৈ চাকৰি সন্ধানত পলাই গৈছিল...

অসমীয়া প্ৰথমখন থ্ৰীলাৰ ছবিঃ “ডক্তৰ বেজবৰুৱা”-

১৯৬৯ চনত মুক্তিপ্ৰাপ্ত প্ৰথমখন অসমীয়া থ্ৰীলাৰ ছবি হৈছে “ডক্তৰ বেজবৰুৱা”। ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত তথা ৰংঘৰ চিনে প্ৰডাকছনৰ বেনাৰত নিৰ্মিত উক্ত ছবিখন অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ...

পৰিয়ালৰ সৈতে আইমীয়ে উদযাপন কৰিলে নিজ জন্মদিনঃ

২০০১ চনত নৱম শ্ৰেণীত অধ্যয়নৰত হৈ থকা অৱস্থাতেই নিজৰ অভিনয় জীৱনৰ পাতনি মেলা আইমী বৰুৱা বৰ্তমান সময়ৰ এগৰাকী অসমীয়া চলচিত্ৰ জগতৰ আটাইতকৈ মোহময়ী তথা জনপ্ৰিয় অভিনেত্ৰী। ছবি, মিউজিক ভিডিঅ’, ভিচিডি, ধাৰাবাহিক আদি সকলোতে...

This week’s hottest

Jatin Khanikar

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম– “বেলকনিত...

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক...

ৰাফ cut: ড° মাইনু দেবী --উৎপল মেনা 52

ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে চিনেমা খনৰ...

Latest articles