Rupaliparda.com

দেশৰ ১০০টা চিত্ৰগৃহত “কুকি” — উৎপল মেনা

কুকি– ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ। ৰূপালী গল্পটোৰ নাম– “কুকি” (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ...

প্রতিশ্রুতি/ পূৰ্বালোকন –উৎপল মেনা

কিশোৰ তাহবিলদাৰ নাটকৰ মানুহ। serious drama worker– নাট্যকাৰ, নাটক পৰিচালক, অভিনেতা। এদিন আহিছিল আমাৰ গৃহলৈ, আহি নাটকৰ কথা পতা নাছিল, চিনেমাৰ কথা পাতিছিল। কৈছিল– “চিনেমা কৰাৰ মন। চিত্ৰনাট্য...

মহাযুদ্ধ /চিনেবাৰ্তা –উৎপল মেনা

এখন অসমীয়া চিনেমা– “মহাযুদ্ধ”। ফ্ল’ৰত যুদ্ধ আৰম্ভ হোৱা নাই, হ’ব অহা অক্টোবৰ পৰা, প্ৰধান সেনাপতি নিৰ্মল দাসৰ নিৰ্দেশত। –হয়, “মমতাৰ চিঠি”ৰ পৰিচালক নিৰ্মল দাসৰ...

Editor’s pick

পাকঘৰৰ ৰেচিপি আহিব হাজাৰজন দৰ্শকৰ মাজলৈঃ আৰম্ভ হ'ব "গৃহিণী চিজন ২"- 26

পাকঘৰৰ ৰেচিপি আহিব হাজাৰজন দৰ্শকৰ মাজলৈঃ আৰম্ভ হ’ব “গৃহিণী চিজন ২”-

এগৰাকী গৃহিণীয়ে সংসাৰৰ ক-খ ৰ পৰা আদি কৰি সমস্ত দায়িত্ব পালন কৰে। সংসাৰক দিয়া সময়কণৰ মাজতেই কিছু মহিলাই আকৌ নিজৰ ভালপোৱা কামখিনি যেনেঃ চিলাই কৰা, স্ব-সৃষ্ট বাগান খনৰ আলপৈচান ধৰা আদি সকলো কামত মনোনিৱেশ কৰে। গতিকে, এনে...

মল্লিকা-পাৰিজাতৰ শ্বুটিঙৰ আঁৰৰ ধেমালি এক্সক্লু্ছিভলিঃ

সম্প্ৰচাৰিত ধাৰাবাহিক সমূহৰ ভিতৰত বৰ্তমানৰ আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিক খন হৈছে “তোমাৰ মৰমে মোক”। চলিত বৰ্ষৰ ১৬ চেপ্তেম্বৰৰ পৰা “ৰং” চেলেনত সম্প্ৰচাৰিত এই ধাৰাবাহিকখনে ইতিমধ্যে টানিবলৈ সক্ষম হৈছে...

প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আইদেউ ৰ কথাৰে-

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ছবি “জয়মতী” ৰ অভিনেত্ৰী আইদেউ সন্দিকৈ অৰ্থাৎ আইদেউ নীলম্বৰ সন্দিকৈৰ জন্ম হৈছিল ১৯১৫ চনত এটা দুখীয়া পৰিয়ালত। গোলাঘাটস্থিত পানীদিহিঙিয়া নামে ঠাইত জন্মলাভ কৰা আইদেউ আছিল বোলছবিত অভিনয়...

This week’s hottest

Jatin Khanikar

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম– “বেলকনিত...

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক...

ৰাফ cut: ড° মাইনু দেবী --উৎপল মেনা 57

ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে চিনেমা খনৰ...

Latest articles