Rupaliparda.com

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম–...

কুঁহিপাঠ / চিনেচৰ্চা –উৎপল মেনা

“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ...

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই...

Editor’s pick

Shame

লাজ

মঞ্জু বৰুৱাৰ পৰিচালনা তথা অৰুণ গোস্বামীৰ কাহিনীৰে ২০০৪ বৰ্ষত মুক্তিপ্ৰাপ্ত এখন বোলছবি হৈছে “লাজ”। কেইবাটাও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ সুবিধা পোৱা বোলছবিখনে শিক্ষা গ্ৰহণৰ প্ৰতি...

|| ৰাফ cut : চিনেমা , বিষ্ণুপ্ৰসাদ ৰাভা ||– উৎপল মেনা

‘ শকুন্তলা’ৰ চিত্ৰনাট্য লিখিম বুলি বহুতকে কৈছিল । থানু বৰাকো কৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই । পিছত চিত্ৰনাট্য লিখিছিল — ‘ শংকৰদেৱ ‘, ‘সীমিন্তৰ সৈনিক ‘, ‘ কুমাৰ হৰণ ‘ ...

|| ৰাফ cut : ড° ভবেন্দ্রনাথ শইকীয়াৰ সাংস্কৃতিক কেন্দ্ৰ… ||–উৎপল মেনা

সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম । ১৯৮৭ চনত স্থাপিত অসম চৰকাৰৰ স্বতন্ত্ৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ । — এই বিভাগটোৰ কাম ? অসমৰ সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ স্বাৰ্থত কাম কৰা । বৰ্তমান সাংস্কৃতিক সঞ্চালকালয়, সংগ্ৰহালয়...

This week’s hottest

ৰাফ cut: ড° মাইনু দেবী --উৎপল মেনা 26

ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে চিনেমা খনৰ...

অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ...

জয় হনুমেন: চিনেচৰ্চা --উৎপল মেনা 48

জয় হনুমেন: চিনেচৰ্চা –উৎপল মেনা

” জয় হনুমেন” –এখন অসমীয়া চিনেমা। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনা। হিমাংশুৰ চিনেকৰ্মৰ এটা ভাললগা বা ইতিবাচক দিশ– বিষয়বস্তু নিৰ্বচানত যিমান মন দিয়ে, সিমান মন দিয়ে বজাৰ চিন্তা বা “বজাৰ...

Latest articles