Rupaliparda.com

মহাযুদ্ধ /চিনেবাৰ্তা –উৎপল মেনা

এখন অসমীয়া চিনেমা– “মহাযুদ্ধ”। ফ্ল’ৰত যুদ্ধ আৰম্ভ হোৱা নাই, হ’ব অহা অক্টোবৰ পৰা, প্ৰধান সেনাপতি নিৰ্মল দাসৰ নিৰ্দেশত। –হয়, “মমতাৰ চিঠি”ৰ পৰিচালক নিৰ্মল দাসৰ...

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম–...

কুঁহিপাঠ / চিনেচৰ্চা –উৎপল মেনা

“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ...

Editor’s pick

Dr. Bhupen Hazarika | Rupaliparda.com

ভূপেন হাজৰিকাৰ চিনেমা -১

ভূপেন হাজৰিকাৰ চিনেমা, খবৰটো প্ৰকাশ পাইছিল– ‘মিড-ডে’ কাকতত। এখন চিনেমা নিৰ্মাণ হব। বিষয়– ভূপেন হাজৰিকা। চিত্ৰনাট্য লিখি আছে কল্পনা লাজমীয়ে। এই খবৰ সেই সময়ৰ, যি সময়ত ‘কায়িক ভূপেন...

“আইনৰ চকুত অপৰাধী এণ্টনী”ঃ সাধাৰণজনৰ বাবে “ভগৱান” এণ্টনী-

নীপ বৰুৱাৰ পৰিচালনাৰে আৰু শইকীয়া এন্টাৰপ্ৰাইজৰ বেনাৰত ধৰ্মকান্ত শইকীয়াই প্ৰযোজনা কৰা এখন অসমীয়া বোলছবি; “এণ্টনী মোৰ নাম”। ১৯৮৬ চনত মুক্তিপ্ৰাপ্ত বোলছবিখনত আছে একচন, থ্ৰিলাৰ আৰু আকস্মিকতাৰ সংযোজন। গৰ্ভতে...

|| ৰাফ cut : শিৱ প্ৰসাদ ঠাকুৰ ||- উৎপল মেনা

ব্ৰজেন বৰুৱা ,নিপ বৰুৱাৰ পিছত অসমীয়া চিনেমাৰ ‘ স্থানীয় বজাৰ ‘ খনক গতি দিছিল শিৱ প্ৰসাদ ঠাকুৰে । ফাগুনী , বোৱাৰী , ঘৰ সংসাৰ , সোণ মইনা , এই দেশ মোৰ দেশ , অহিৰ ভৈৰৱ , অস্তৰাগ , মন মন্দিৰ , ময়ূৰী , শেৱালি ...

This week’s hottest

স্বৰ্গৰথ /পূৰ্বালোকন --উৎপল মেনা 33

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক...

সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট –উৎপল মেনা

এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো “চৰ্চা” যেন একোটা গল্প। সন্দেহ নাই– প্ৰতটো “চৰ্চা”ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা খনৰ...

Abhimanyu

অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ...

Latest articles