Rupaliparda.com

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম–...

কুঁহিপাঠ / চিনেচৰ্চা –উৎপল মেনা

“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ...

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই...

Editor’s pick

"কাঞ্চনজংঘা" ক ক'লে "মূৰৰ বিষ"ঃ দিলে ৫ ষ্টাৰৰ ভিতৰত ১.৫ ষ্টাৰ- 23

“কাঞ্চনজংঘা” ক ক’লে “মূৰৰ বিষ”ঃ দিলে ৫ ষ্টাৰৰ ভিতৰত ১.৫ ষ্টাৰ-

“ৰত্নাকৰ” ৰ সফলতাত এতিয়া ব্যস্ত প্ৰত্যেকজন। “কাঞ্চনজংঘা” ৰ সফলতাই সাম কটাৰ আগেয়ে “ৰত্নাকৰ” ৰ বহু কোটি টকীয়া বস্ক অফিচ কালেকছনে অসমীয়া উদ্যোগটোক এক নতুন গতি দিয়াত অৰিহণা যোগাইছে।...

অসমীয়া চিনেমা : বিধাতা ||–উৎপল মেনা

‘নায়ক’ আঁতৰি যাব খোজা নাছিল, কিন্তু বিধাতাই কপালত লিখি দিছিল– আঁতৰি যোৱা৷ বিধাতাই যেতিয়া নিবিচাৰে তেতিয়া কাৰোবাৰ থকাৰ অধিকাৰ আছে নে? –চিনেমাখনৰ শেষৰ ছিকুৱেন্সটো মন চুই যোৱা৷ ‘নায়ক’ৰ চেহেৰা হাতৰ ভাষাৰ সু...

ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্মিত অসমীয়া ছবি “পাপৰি”-

১৯৮৬ চনত জাহ্নু বৰুৱাৰ পৰিচালনা আৰু শৈলধৰ বৰুৱাৰ প্ৰযোজনাৰে মুক্তিপ্ৰাপ্ত অসমীয়া ছবিখন হৈছে “পাপৰি”। ১৯৮৩ চনত সংঘটিত ৰাজনৈতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত নিৰ্মাণ কৰা হৈছিল উক্ত ছবিখন। অসম আন্দোলনৰ সময়ছোৱাত...

This week’s hottest

ৰাফ cut: ড° মাইনু দেবী --উৎপল মেনা 33

ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে চিনেমা খনৰ...

অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ...

জয় হনুমেন: চিনেচৰ্চা --উৎপল মেনা 55

জয় হনুমেন: চিনেচৰ্চা –উৎপল মেনা

” জয় হনুমেন” –এখন অসমীয়া চিনেমা। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনা। হিমাংশুৰ চিনেকৰ্মৰ এটা ভাললগা বা ইতিবাচক দিশ– বিষয়বস্তু নিৰ্বচানত যিমান মন দিয়ে, সিমান মন দিয়ে বজাৰ চিন্তা বা “বজাৰ...

Latest articles