Rupaliparda.com

|| “সুন্দৰপুৰ কেৱছ”ত শ্বানৰ কণ্ঠ || –উৎপল মেনা

“দাদা, কালি এটি গান শ্বানে গালে। আশীৰ্বাদ কৰিব যাতে ভালকৈ নিয়াৰিকৈ কৰি যাব পাৰোঁ।” –নম্ৰ, ভদ্ৰ চিনেকৰ্মী ঝুলন কৃষ্ণ মহন্তই জনাইছিল। শ্বানে গালে– “অচিনাকি এই চহৰ অচিনাকি এই চহৰ...

ড্ৰাগছ মুক্ত অসমৰ “প্ৰতিশ্ৰুতি” –উৎপল মেনা

প্ৰথম কথা– “প্ৰতিশ্ৰুতি”ৰ (বিষয়বস্তুৰ) দৰে চিনেমা এখনৰ প্ৰয়োজন আছিল। চিনেমা খনৰ বিষয়বস্তু: ড্ৰাগছ সমস্যা। চিনেমা খনৰ কাহিনীলৈ আহিছে সৰুৰে পৰা পিতৃ-মাতৃৰ পৰা “মৰমৰ সময়” নোপোৱা এজন...

গোবৰধন চৰিত /চিনেচৰ্চা –উৎপল মেনা

তৰুণ শইকীয়াৰ অনাতাঁৰ নাটক “গোবৰধন চৰিত”। নাটক খনৰ গোবৰ আৰু মইনা চৰিত্ৰ দুটা আজিও মনৰ মাজত সেউজ হৈ আছে। –ইন্দ্ৰ বনীয়াৰ কণ্ঠ আৰু সংলাপ প্ৰক্ষেপন শৈলীয়ে নিৰ্মাণ কৰা গোবৰ, আমাৰ মন-মগজু দখল কৰা...

Editor’s pick

Sagoroloi Bohudur

সাগৰলৈ বহু দূৰঃ It’s a long way to the Sea

১৯৯৫ চনতে মুক্তি লাভ কৰা জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত “সাগৰলৈ বহু দূৰ” । ১০৬ মিনিট দৈৰ্ঘ্যৰ বোলছবিখনত আছে এজন নাৱৰীয়াৰ জীৱন-সংগ্ৰাম। দিহিং নদীৰ পাৰতেই নাওঁ চলাই জীৱন নিৰ্বাহ কৰা “পোৱাল” ৰ...

স্মৃতি টোপোলাৰ পৰা “গঙা চিলনীৰ পাখি”-

লক্ষ্মীনন্দন বৰুৱাৰ “গঙা চিলনীৰ পাখি” নামৰ উপন্যাস খনৰ ওপৰত আধাৰিত; ১৯৭৬ খনত মুক্তি লাভ কৰিছিল “গঙা চিলনীৰ পাখি” নামে ছবিখন। পদুম বৰুৱাৰ কাহিনী আৰু পৰিচালনাৰে মুক্তিপ্ৰাপ্ত এই ছবিখন এখন পিছপৰা...

|| ৰাফ cut : মৃদুল চুতীয়াৰ এক অধ্যায় ||– উৎপল মেনা

মৃদুল চুতীয়াক মই নাজানিছিলো। মৃদুল চুতীয়াৰ ‘নাটক’হে জানিছিলো। সেই সময়ত মই ‘আজি’ৰ সম্পাদনা বিভাগৰ কৰ্মী। কাকত খনৰ মুখ্য আৰ্টিষ্ট আছিল ৰমেন্দ্ৰ নাৰায়ন জোৱাদ্দাৰ। ৰমেনদাৰ তাগিদাতে মৃদুল চূতীয়াৰ নাটক...

This week’s hottest

|| দেৱজিৎ, অচিন্ত, কমল ইত্যাদি ... || --উৎপল মেনা 23

|| দেৱজিৎ, অচিন্ত, কমল ইত্যাদি … || –উৎপল মেনা

অভিনেতা গৰাকীৰ নাম দেৱজিৎ মজুমদাৰ। চৰ্চালৈ আহিছিল “জোন জ্বলে কপালত” নামৰ চিনেমা খনত কৰা অভিনয়ৰে। পৰবৰ্তী সময়ত আমি দেখিলোঁ “জখম”, “জীৱন নদীৰ দুটি পাৰ”, “বন্ধন”, “হৃদয়...

মনোজৰ ১০০ –উৎপল মেনা

মনোজৰ ১০০। ১ মিনিটৰো কম দৈৰ্ঘৰ “চৰিত্ৰ”ৰে (চিনেমা: দ্ৰোহকাল (১৯৯৪) চিনেযাত্ৰা আৰম্ভ কৰা মনোজ বাজপেয়ীয়ে আজিৰ তাৰিখত বলিউদৰ (ভাৰতীয় চিনেমাৰো) বিশেষ ইমেজ। পৰৱৰ্তী সময়ত বেণ্ডিত কুইন, সত্যা, শূল, জুবেদা, অক্স...

ৰাফ cut: হেমন্ত দেবনাথ -- উৎপল মেনা 31

ৰাফ cut: হেমন্ত দেবনাথ — উৎপল মেনা

এজন ভাল অভিনেতা, পৰিচালকৰ অভিনেতা– হেমন্ত দেবনাথ। কমফুটেজৰ চৰিত্ৰতে দৰ্শকক চুই যাব পৰা “অভিনয় শক্তি”ৰ গৰাকী। উদাহৰণ– “ৰঙাটাপু-১৯৮২” (পৰিচালক: আদিত্যম শইকীয়া)। (চিনেমা খনৰ চৰ্চা এই...

Latest articles