Rupaliparda.com

ৰাফ cut: হেমন্ত দেবনাথ — উৎপল মেনা

এজন ভাল অভিনেতা, পৰিচালকৰ অভিনেতা– হেমন্ত দেবনাথ। কমফুটেজৰ চৰিত্ৰতে দৰ্শকক চুই যাব পৰা “অভিনয় শক্তি”ৰ গৰাকী। উদাহৰণ– “ৰঙাটাপু-১৯৮২” (পৰিচালক: আদিত্যম শইকীয়া)। (চিনেমা খনৰ...

ৰবিক লৈ “ৰুদ্ৰ” নিৰ্মাণত ব্যস্ত ৰূপক গগৈ –উৎপল মেনা

‘ৰুদ্ৰ” নিৰ্মাণ কৰ্ম চলি আছে! আজিৰ তাৰিখত “বজাৰ সফলতা”ৰ ট্ৰেকত থকা “নায়ক” ৰবি শৰ্মাক লৈ “ৰুদ্ৰ” নিৰ্মাণত ব্যস্ত আছে চিনেমা লেখক-পৰিচালক ৰূপক গগৈ। ৰূপকৰ আমন্ত্ৰণত...

দেশৰ ১০০টা চিত্ৰগৃহত “কুকি” — উৎপল মেনা

কুকি– ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ। ৰূপালী গল্পটোৰ নাম– “কুকি” (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ...

Editor’s pick

“মই মনোৰঞ্জনৰ মাধ্যমেৰে সমাজ সংস্কাৰ আৰু যুৱ প্ৰজন্মক সঠিক পথ দেখুৱাব পৰা প্ৰকল্পৰ সৈতে জড়িত হ’ব খোজো”- অৰ্পিতা শৰ্মা

আমাৰ যান্ত্ৰিকতাৰ জীৱনবোৰত সদায়েই ২ মিনিট এটাৰ বাবে হ’লেও হাঁহিবলৈ বিচাৰো অথবা আমোদ বিচাৰো। নহয়নে? অইন নহ’লেও, নৱপ্ৰজন্মৰ একাংশই শেহতীয়াকৈ এইক্ষেত্ৰত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰায়ে...

শিশুৰ মনস্তাত্বিক অৱস্থাৰ এক সুন্দৰ নিদৰ্শন- “কণিকাৰ ৰামধেনু”ঃ

জাহ্নু বৰৱাৰ পৰিচালনা আৰু শৈলধৰ বৰুৱাৰ প্ৰযোজনাৰে ২০০২ চনৰ ডিচেম্বৰ মাহৰ ২০ তাৰিখে মুক্তি প্ৰাপ্ত বোলছবি “কণিকাৰ ৰামধেনু” অৰ্থাৎ “Ride on the Rainbow”। ১১২ মিনিট দৈৰ্ঘ্যৰ এই বোলছবিখন ২০০২ চনত...

This week’s hottest

প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 18

প্রতিশ্রুতি/ পূৰ্বালোকন –উৎপল মেনা

কিশোৰ তাহবিলদাৰ নাটকৰ মানুহ। serious drama worker– নাট্যকাৰ, নাটক পৰিচালক, অভিনেতা। এদিন আহিছিল আমাৰ গৃহলৈ, আহি নাটকৰ কথা পতা নাছিল, চিনেমাৰ কথা পাতিছিল। কৈছিল– “চিনেমা কৰাৰ মন। চিত্ৰনাট্য লিখি আছোঁ...

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম– “বেলকনিত...

কুঁহিপাঠ / চিনেচৰ্চা --উৎপল মেনা 42

কুঁহিপাঠ / চিনেচৰ্চা –উৎপল মেনা

“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ বিষয়বস্তু–...

Latest articles