Rupaliparda.com

ৰূপালী পৰ্দাত ৰূপকোঁৱৰ –উৎপল মেনা

“সোণৰে পালেঙত অ’ মনেতৰা সোণৰে পালেঙত অ’ মনেতৰা। ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে বাৰিষাৰে ঘন কপাহৰে তলিচা পৰা মনেতৰা…” জ্যোতিপ্ৰসাদৰ শব্দ, শব্দ সুৰ। কণ্ঠ–তৰালি শৰ্মাৰ। (চুই...

|| the woodcutter, হনুমানৰ সাধু, কলাজ || –উৎপল মেনা

খবৰ: কিমান যে অসমীয়া চিনেমা! চিনে উত্তৰণ আশা কৰিব পৰা, চোৱাৰ বাবে আগ্ৰহ বঢ়া চিনেমাৰ খবৰো আছে। দিন হ’ল! সামাজিক মাধ্যমত চৰ্চালৈ আহিছিল দোতাৰা বজাই অভিনেতা বাহাৰুল ইছলামে “অ’ মোৰ...

স্বৰ্গৰথ / চিনেচৰ্চা –উৎপল মেনা

ৰাজেশ ভূঞাৰ চিনেমা: যোৱা ৭ জুন তাৰিখে চিত্ৰগৃহলৈ আহিল ৰাজেশ ভূঞাৰ ৭ নম্বৰ খন চিনেমা। –চিনেমা খনৰ নাম: স্বৰ্গৰথ। ডঃসঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণৰ প্ৰযোজনা। পৰিচালক গৰাকীৰ প্ৰথম ছয় খন চিনেমাৰ গল্প...

Editor’s pick

হেম চন্দ্ৰ বৰা

হেম চন্দ্ৰ বৰাৰ নতুন চিনেমা: “সংকল্প”ৰ পাছত “এয়েতো জীৱন” –উৎপল মেনা

“সংকল্প” –এখন অসমীয়া চিনেমা।“শিল্পীৰ পৃথিৱী” –এখন অসমীয়া আলোচনী।দুটা মাধ্যমৰ, এই দুটা “কাম”ৰ বাবে জানিছিলোঁ হেম চন্দ্ৰ বৰাক। দুটা পৰিপাটি কাম, মন চুই যোৱা কাম। হেম চন্দ্ৰ...

অসমীয়া চিনেমা : পিতা পুত্ৰ ||– উৎপল মেনা

সন্দেহ নাই ‘দীনবন্ধু’ মুনিন বৰুৱাৰ সফল পৰিচালনা৷ সম্পূৰ্ণ ‘চিন্তা’ কিন্তু মুনিন বৰুৱাৰ নহয়৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘চিন্তা’হে মুনিন বৰুৱাই ৰূপালী পৰ্দালৈ আনিছিল৷ পৰিচালনা শৈলীও ভবেন শইকীয়াৰ ‘চিনেকৰ্ম’ৰ পৰা মুক্ত নাছিল৷...

“আইনৰ চকুত অপৰাধী এণ্টনী”ঃ সাধাৰণজনৰ বাবে “ভগৱান” এণ্টনী-

নীপ বৰুৱাৰ পৰিচালনাৰে আৰু শইকীয়া এন্টাৰপ্ৰাইজৰ বেনাৰত ধৰ্মকান্ত শইকীয়াই প্ৰযোজনা কৰা এখন অসমীয়া বোলছবি; “এণ্টনী মোৰ নাম”। ১৯৮৬ চনত মুক্তিপ্ৰাপ্ত বোলছবিখনত আছে একচন, থ্ৰিলাৰ আৰু আকস্মিকতাৰ সংযোজন। গৰ্ভতে...

This week’s hottest

|| ৰুবুলৰ "ৰক্ষক" আৰু... || --উৎপল মেনা 26

|| ৰুবুলৰ “ৰক্ষক” আৰু… || –উৎপল মেনা

চিনেমাত অভিনয় কৰিব বিছৰা, পৰিচালনা কৰিব বিছৰা এজন যুৱক– ৰুবুল দাস। তৃতীয় খন অসমীয়া চিনেমা সাজু কৰিছে স্থানীয় বজাৰ চিন্তাৰে। পৰিচালক গৰাকীৰ প্ৰথম খন স্বাধীন পৰিচালনা– “ফুটপাথৰ হিৰো” (২০১৯)। আমি...

|| যতীন বৰাৰ বাবে এটা চৰিত্ৰ… || –উৎপল মেনা

যতীন বৰাই “অভিনয় শক্তি” দেখুৱাব পৰা চৰিত্ৰত আভিনয় নকৰা নহয়, কৰিছে–, মাত্ৰ এটা ইমেজত। পৰিচালক মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজত। “বিধাতা”কে ধৰি কেইখন মান চিনেমাত। সন্দেহ নাই, বিতৰ্কৰ অৱকাশ...

ইমন / চিনে সংবাদ --উৎপল মেনা 40

ইমন / চিনে সংবাদ –উৎপল মেনা

কোন পৰ্যায়ত কোন খন অসমীয়া চিনেমা আছে ধৰণৰ খবৰ আজি কালি নাৰাখো, ৰখাৰ প্ৰয়োজন অনুভৱ নকৰোঁ। নিৰ্দিষ্ট প্ৰযোজক, পৰিচালক, আভিনেতাৰ বা অন্য চিনেকৰ্মীৰ ফালৰ পৰা মাজে সময়ে যি খবৰ পাওঁ, সেয়াই আমাৰ “চিনেমাৰ খবৰ”ৰ...

Latest articles