Rupaliparda.com

|| “সুন্দৰপুৰ কেৱছ”ত শ্বানৰ কণ্ঠ || –উৎপল মেনা

“দাদা, কালি এটি গান শ্বানে গালে। আশীৰ্বাদ কৰিব যাতে ভালকৈ নিয়াৰিকৈ কৰি যাব পাৰোঁ।” –নম্ৰ, ভদ্ৰ চিনেকৰ্মী ঝুলন কৃষ্ণ মহন্তই জনাইছিল। শ্বানে গালে– “অচিনাকি এই চহৰ অচিনাকি এই চহৰ...

ড্ৰাগছ মুক্ত অসমৰ “প্ৰতিশ্ৰুতি” –উৎপল মেনা

প্ৰথম কথা– “প্ৰতিশ্ৰুতি”ৰ (বিষয়বস্তুৰ) দৰে চিনেমা এখনৰ প্ৰয়োজন আছিল। চিনেমা খনৰ বিষয়বস্তু: ড্ৰাগছ সমস্যা। চিনেমা খনৰ কাহিনীলৈ আহিছে সৰুৰে পৰা পিতৃ-মাতৃৰ পৰা “মৰমৰ সময়” নোপোৱা এজন...

গোবৰধন চৰিত /চিনেচৰ্চা –উৎপল মেনা

তৰুণ শইকীয়াৰ অনাতাঁৰ নাটক “গোবৰধন চৰিত”। নাটক খনৰ গোবৰ আৰু মইনা চৰিত্ৰ দুটা আজিও মনৰ মাজত সেউজ হৈ আছে। –ইন্দ্ৰ বনীয়াৰ কণ্ঠ আৰু সংলাপ প্ৰক্ষেপন শৈলীয়ে নিৰ্মাণ কৰা গোবৰ, আমাৰ মন-মগজু দখল কৰা...

Editor’s pick

অৰণ্য ধবংসৰ বিৰুদ্ধে থিয় হোৱা "পিপৰাগুৰি" ৰ কাহিনীৰে ছবি "মহাসমৰ"- 14

অৰণ্য ধবংসৰ বিৰুদ্ধে থিয় হোৱা “পিপৰাগুৰি” ৰ কাহিনীৰে ছবি “মহাসমৰ”-

অৰণ্য ধবংসৰ ওপৰত কেন্দ্ৰ কৰি কিছু তথাকথিত ৰাজনৈতিক বিষয়াৰ মৈ-মতালিৰ কাহিনীৰে ২০১৩ চনত নিৰ্মাণ কৰা হৈছিল ছবি “মহাসমৰ”। জ’নছ মহলীয়াৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত সেউজ অৰণ্যৰে ভৰপূৰ...

|| মৃদুলা বৰুৱাৰ দৰে অভিনয় কৰিব পৰিলে ! || – উৎপল মেনা

চেহেৰাত আভিজাত্য ! –সৰলতাৰ প্ৰলেপ ! — জপনা খুলি আমাৰ ঘৰলৈ সোমাই আহিছিল আইমী বৰুৱা। — হাতত টোপলা । কাগজৰ পেকেটৰ । টোপলাটো মোৰ মাৰ হাতত দিলে , মোৰ মাৰ ভৰি ছুই সেৱা কৰিলে , আৰু আইমীয়ে কলে , ” খুৰি...

History of Assamese Cinema

History The origin of Assamese Cinema can be traced back to the dreams and imagination of a revolutionary visionary Rupkonwar Jyotiprasad Agarwala, who was also a distinguished poet, playwright, composer and freedom...

This week’s hottest

|| দেৱজিৎ, অচিন্ত, কমল ইত্যাদি ... || --উৎপল মেনা 25

|| দেৱজিৎ, অচিন্ত, কমল ইত্যাদি … || –উৎপল মেনা

অভিনেতা গৰাকীৰ নাম দেৱজিৎ মজুমদাৰ। চৰ্চালৈ আহিছিল “জোন জ্বলে কপালত” নামৰ চিনেমা খনত কৰা অভিনয়ৰে। পৰবৰ্তী সময়ত আমি দেখিলোঁ “জখম”, “জীৱন নদীৰ দুটি পাৰ”, “বন্ধন”, “হৃদয়...

মনোজৰ ১০০ –উৎপল মেনা

মনোজৰ ১০০। ১ মিনিটৰো কম দৈৰ্ঘৰ “চৰিত্ৰ”ৰে (চিনেমা: দ্ৰোহকাল (১৯৯৪) চিনেযাত্ৰা আৰম্ভ কৰা মনোজ বাজপেয়ীয়ে আজিৰ তাৰিখত বলিউদৰ (ভাৰতীয় চিনেমাৰো) বিশেষ ইমেজ। পৰৱৰ্তী সময়ত বেণ্ডিত কুইন, সত্যা, শূল, জুবেদা, অক্স...

ৰাফ cut: হেমন্ত দেবনাথ -- উৎপল মেনা 33

ৰাফ cut: হেমন্ত দেবনাথ — উৎপল মেনা

এজন ভাল অভিনেতা, পৰিচালকৰ অভিনেতা– হেমন্ত দেবনাথ। কমফুটেজৰ চৰিত্ৰতে দৰ্শকক চুই যাব পৰা “অভিনয় শক্তি”ৰ গৰাকী। উদাহৰণ– “ৰঙাটাপু-১৯৮২” (পৰিচালক: আদিত্যম শইকীয়া)। (চিনেমা খনৰ চৰ্চা এই...

Latest articles