Rupaliparda.com

|| “সুন্দৰপুৰ কেৱছ”ত শ্বানৰ কণ্ঠ || –উৎপল মেনা

“দাদা, কালি এটি গান শ্বানে গালে। আশীৰ্বাদ কৰিব যাতে ভালকৈ নিয়াৰিকৈ কৰি যাব পাৰোঁ।” –নম্ৰ, ভদ্ৰ চিনেকৰ্মী ঝুলন কৃষ্ণ মহন্তই জনাইছিল। শ্বানে গালে– “অচিনাকি এই চহৰ অচিনাকি এই চহৰ...

ড্ৰাগছ মুক্ত অসমৰ “প্ৰতিশ্ৰুতি” –উৎপল মেনা

প্ৰথম কথা– “প্ৰতিশ্ৰুতি”ৰ (বিষয়বস্তুৰ) দৰে চিনেমা এখনৰ প্ৰয়োজন আছিল। চিনেমা খনৰ বিষয়বস্তু: ড্ৰাগছ সমস্যা। চিনেমা খনৰ কাহিনীলৈ আহিছে সৰুৰে পৰা পিতৃ-মাতৃৰ পৰা “মৰমৰ সময়” নোপোৱা এজন...

গোবৰধন চৰিত /চিনেচৰ্চা –উৎপল মেনা

তৰুণ শইকীয়াৰ অনাতাঁৰ নাটক “গোবৰধন চৰিত”। নাটক খনৰ গোবৰ আৰু মইনা চৰিত্ৰ দুটা আজিও মনৰ মাজত সেউজ হৈ আছে। –ইন্দ্ৰ বনীয়াৰ কণ্ঠ আৰু সংলাপ প্ৰক্ষেপন শৈলীয়ে নিৰ্মাণ কৰা গোবৰ, আমাৰ মন-মগজু দখল কৰা...

Editor’s pick

Baarud | Rupaliparda.com

অসমীয়া চিনেমা : বাৰুদ ||– উৎপল মেনা

‘বাৰুদ’ৰ নায়ক কোন–যতীন বৰা নে তপন দাস?…আৰু নায়িকা–পূৰৱী শৰ্মা নে প্ৰস্তুতি পৰাশৰ? বিষ্ণু খাৰঘৰীয়াক নায়ক বুলি ক’লে ভুল হ’ব নেকি? প্ৰশ্নকেইটাৰ উত্তৰ আমি যেনেদৰেই নিদিওঁ কিয়, অশুদ্ধ বুলি ক’ব নোৱাৰিব৷ অৰ্থাৎ চিনেমাখনৰ...

প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আইদেউ ৰ কথাৰে-

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ছবি “জয়মতী” ৰ অভিনেত্ৰী আইদেউ সন্দিকৈ অৰ্থাৎ আইদেউ নীলম্বৰ সন্দিকৈৰ জন্ম হৈছিল ১৯১৫ চনত এটা দুখীয়া পৰিয়ালত। গোলাঘাটস্থিত পানীদিহিঙিয়া নামে ঠাইত জন্মলাভ কৰা আইদেউ আছিল বোলছবিত অভিনয়...

“অথেলো”-

হেমন্ত কুমাৰ দাসৰ পৰিচালনা আৰু মানবেন্দ্ৰ অধিকাৰীৰ প্ৰযোজনাৰে ২০১৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া বোলছবি হৈছে “অথেলো”। “অৰ্থ” বেনাৰত নিৰ্মিত বোলছবিখনে মুম্বাইত অনুষ্ঠিত হোৱা “ইণ্ডিয়ান চিনে...

This week’s hottest

|| দেৱজিৎ, অচিন্ত, কমল ইত্যাদি ... || --উৎপল মেনা 23

|| দেৱজিৎ, অচিন্ত, কমল ইত্যাদি … || –উৎপল মেনা

অভিনেতা গৰাকীৰ নাম দেৱজিৎ মজুমদাৰ। চৰ্চালৈ আহিছিল “জোন জ্বলে কপালত” নামৰ চিনেমা খনত কৰা অভিনয়ৰে। পৰবৰ্তী সময়ত আমি দেখিলোঁ “জখম”, “জীৱন নদীৰ দুটি পাৰ”, “বন্ধন”, “হৃদয়...

মনোজৰ ১০০ –উৎপল মেনা

মনোজৰ ১০০। ১ মিনিটৰো কম দৈৰ্ঘৰ “চৰিত্ৰ”ৰে (চিনেমা: দ্ৰোহকাল (১৯৯৪) চিনেযাত্ৰা আৰম্ভ কৰা মনোজ বাজপেয়ীয়ে আজিৰ তাৰিখত বলিউদৰ (ভাৰতীয় চিনেমাৰো) বিশেষ ইমেজ। পৰৱৰ্তী সময়ত বেণ্ডিত কুইন, সত্যা, শূল, জুবেদা, অক্স...

ৰাফ cut: হেমন্ত দেবনাথ -- উৎপল মেনা 31

ৰাফ cut: হেমন্ত দেবনাথ — উৎপল মেনা

এজন ভাল অভিনেতা, পৰিচালকৰ অভিনেতা– হেমন্ত দেবনাথ। কমফুটেজৰ চৰিত্ৰতে দৰ্শকক চুই যাব পৰা “অভিনয় শক্তি”ৰ গৰাকী। উদাহৰণ– “ৰঙাটাপু-১৯৮২” (পৰিচালক: আদিত্যম শইকীয়া)। (চিনেমা খনৰ চৰ্চা এই...

Latest articles