Rupaliparda.com

ৰাফ cut: হেমন্ত দেবনাথ — উৎপল মেনা

এজন ভাল অভিনেতা, পৰিচালকৰ অভিনেতা– হেমন্ত দেবনাথ। কমফুটেজৰ চৰিত্ৰতে দৰ্শকক চুই যাব পৰা “অভিনয় শক্তি”ৰ গৰাকী। উদাহৰণ– “ৰঙাটাপু-১৯৮২” (পৰিচালক: আদিত্যম শইকীয়া)। (চিনেমা খনৰ...

ৰবিক লৈ “ৰুদ্ৰ” নিৰ্মাণত ব্যস্ত ৰূপক গগৈ –উৎপল মেনা

‘ৰুদ্ৰ” নিৰ্মাণ কৰ্ম চলি আছে! আজিৰ তাৰিখত “বজাৰ সফলতা”ৰ ট্ৰেকত থকা “নায়ক” ৰবি শৰ্মাক লৈ “ৰুদ্ৰ” নিৰ্মাণত ব্যস্ত আছে চিনেমা লেখক-পৰিচালক ৰূপক গগৈ। ৰূপকৰ আমন্ত্ৰণত...

দেশৰ ১০০টা চিত্ৰগৃহত “কুকি” — উৎপল মেনা

কুকি– ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ। ৰূপালী গল্পটোৰ নাম– “কুকি” (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ...

Editor’s pick

Aparupa

“অপৰূপা” তুমি মুক্তঃ

“অপৰূপা” হৈছে জাহ্নু বৰুৱাই ১৯৮২ চনত পৰিচালনা কৰা প্ৰথম অসমীয়া বোলছবি। ইয়াৰ লগতে ৰাষ্ট্ৰীয় চলচিত্ৰ নিগমে প্ৰযোজনা কৰা এইখনে প্ৰথম অসমীয়া বোলছবি। উক্ত বোলছবিখন হিন্দী ভাষাতো মুক্তি লাভ কৰে...

অসমীয়া চিনেমা : বাৰুদ ||– উৎপল মেনা

‘বাৰুদ’ৰ নায়ক কোন–যতীন বৰা নে তপন দাস?…আৰু নায়িকা–পূৰৱী শৰ্মা নে প্ৰস্তুতি পৰাশৰ? বিষ্ণু খাৰঘৰীয়াক নায়ক বুলি ক’লে ভুল হ’ব নেকি? প্ৰশ্নকেইটাৰ উত্তৰ আমি যেনেদৰেই নিদিওঁ কিয়, অশুদ্ধ বুলি ক’ব নোৱাৰিব৷ অৰ্থাৎ চিনেমাখনৰ...

বহু প্ৰশংসাৰে সৈতে মঞ্জু বৰাৰ “কঃয়াদ-এ চাইলেন্ট ৱে”

২০১৪ চনত মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত মিচিং ভাষাত নিৰ্মিত এখন ছবি হৈছে “কঃয়াদ-এ চাইলেন্ট ৱে”। প্ৰায় ২৫ দিনযোৰা চলা ছবিখনৰ চিত্ৰগ্ৰহণ সম্পন্ন হৈছিল দিছাংমুখৰ মনোমোহা প্ৰকৃতিৰ মাজত। অসমৰ সৰু মিচিং...

This week’s hottest

প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 16

প্রতিশ্রুতি/ পূৰ্বালোকন –উৎপল মেনা

কিশোৰ তাহবিলদাৰ নাটকৰ মানুহ। serious drama worker– নাট্যকাৰ, নাটক পৰিচালক, অভিনেতা। এদিন আহিছিল আমাৰ গৃহলৈ, আহি নাটকৰ কথা পতা নাছিল, চিনেমাৰ কথা পাতিছিল। কৈছিল– “চিনেমা কৰাৰ মন। চিত্ৰনাট্য লিখি আছোঁ...

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম– “বেলকনিত...

কুঁহিপাঠ / চিনেচৰ্চা --উৎপল মেনা 40

কুঁহিপাঠ / চিনেচৰ্চা –উৎপল মেনা

“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ বিষয়বস্তু–...

Latest articles