Rupaliparda.com

প্রতিশ্রুতি/ পূৰ্বালোকন –উৎপল মেনা

কিশোৰ তাহবিলদাৰ নাটকৰ মানুহ। serious drama worker– নাট্যকাৰ, নাটক পৰিচালক, অভিনেতা। এদিন আহিছিল আমাৰ গৃহলৈ, আহি নাটকৰ কথা পতা নাছিল, চিনেমাৰ কথা পাতিছিল। কৈছিল– “চিনেমা কৰাৰ মন। চিত্ৰনাট্য...

মহাযুদ্ধ /চিনেবাৰ্তা –উৎপল মেনা

এখন অসমীয়া চিনেমা– “মহাযুদ্ধ”। ফ্ল’ৰত যুদ্ধ আৰম্ভ হোৱা নাই, হ’ব অহা অক্টোবৰ পৰা, প্ৰধান সেনাপতি নিৰ্মল দাসৰ নিৰ্দেশত। –হয়, “মমতাৰ চিঠি”ৰ পৰিচালক নিৰ্মল দাসৰ...

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম–...

Editor’s pick

ইতিমধ্যে শেষ হৈছে "ইপাৰ-সিপাৰ" ৰ প্ৰচাৰঃ মুক্তি লাভ কৰিব ১৫ নৱেম্বৰত- 33

ইতিমধ্যে শেষ হৈছে “ইপাৰ-সিপাৰ” ৰ প্ৰচাৰঃ মুক্তি লাভ কৰিব ১৫ নৱেম্বৰত-

চলিত মাহৰ ১৫ তাৰিখে মুক্তি লাভ কৰিব প্ৰণৱজ্যোতি ভৰালীৰ পৰিচালনাৰে অসমীয়া ছবি “ইপাৰ-সিপাৰ”-এ। অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ ছবিখনে ইতিমধ্যে নিজৰ প্ৰচাৰ শেষ কৰিছে। লতা বৰদলৈৰ প্ৰযোজনাৰে তথা অমৃতা গগৈ আৰু উদয়ৰ...

পাকঘৰৰ ৰেচিপি আহিব হাজাৰজন দৰ্শকৰ মাজলৈঃ আৰম্ভ হ’ব “গৃহিণী চিজন ২”-

এগৰাকী গৃহিণীয়ে সংসাৰৰ ক-খ ৰ পৰা আদি কৰি সমস্ত দায়িত্ব পালন কৰে। সংসাৰক দিয়া সময়কণৰ মাজতেই কিছু মহিলাই আকৌ নিজৰ ভালপোৱা কামখিনি যেনেঃ চিলাই কৰা, স্ব-সৃষ্ট বাগান খনৰ আলপৈচান ধৰা আদি সকলো কামত মনোনিৱেশ কৰে। গতিকে, এনে...

ঠাকুৰৰ জন্মদিনঃ ৮১ বছৰ বয়সত ভৰি দিলে ঠাকুৰে-

“শ্বোলে” ৰ ঠাকুৰৰ অভিনয়ৰে হৃদয়জিনা বলীউডৰ নক্ষত্ৰ সঞ্জীৱ কুমাৰৰ জন্মদিনৰ দিনা ৰূপালী পৰ্দাৰ ফালৰ পৰা এই মহান ব্যক্তিজনাক শ্ৰদ্ধাৰে শুঁৱৰিছো। ৯ জুলাই, ১৯৩৮ ত জন্মগ্ৰহণ কৰা এই অভিনেতাগৰাকীৰ সম্পূৰ্ণ নাম আছিল...

This week’s hottest

কুঁহিপাঠ / চিনেচৰ্চা --উৎপল মেনা 44

কুঁহিপাঠ / চিনেচৰ্চা –উৎপল মেনা

“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ বিষয়বস্তু–...

ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে চিনেমা খনৰ...

সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট --উৎপল মেনা 56

সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট –উৎপল মেনা

এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো “চৰ্চা” যেন একোটা গল্প। সন্দেহ নাই– প্ৰতটো “চৰ্চা”ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা খনৰ...

Latest articles