এখন অসমীয়া চিনেমা– “মহাযুদ্ধ”। ফ্ল’ৰত যুদ্ধ আৰম্ভ হোৱা নাই, হ’ব অহা অক্টোবৰ পৰা, প্ৰধান সেনাপতি নিৰ্মল দাসৰ নিৰ্দেশত। –হয়, “মমতাৰ চিঠি”ৰ পৰিচালক নিৰ্মল দাসৰ...
ভৱেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া ছবিঃ
ভৱেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া ছবিখন হৈছে “সন্ধ্যাৰাগ”। তেওঁৰে ই “বানপ্ৰস্থ” শীৰ্ষক গল্পটিৰ আধাৰত নিৰ্মিত এই ছবিখন পৰিচালনাৰ লগতে চিত্ৰনাট্য তথা সংলাপ আছিল ভৱেন্দ্ৰ নাথ...
February 20, 2020
1 min read