Rupaliparda.com

দেশৰ ১০০টা চিত্ৰগৃহত “কুকি” — উৎপল মেনা

কুকি– ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ। ৰূপালী গল্পটোৰ নাম– “কুকি” (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ...

প্রতিশ্রুতি/ পূৰ্বালোকন –উৎপল মেনা

কিশোৰ তাহবিলদাৰ নাটকৰ মানুহ। serious drama worker– নাট্যকাৰ, নাটক পৰিচালক, অভিনেতা। এদিন আহিছিল আমাৰ গৃহলৈ, আহি নাটকৰ কথা পতা নাছিল, চিনেমাৰ কথা পাতিছিল। কৈছিল– “চিনেমা কৰাৰ মন। চিত্ৰনাট্য...

মহাযুদ্ধ /চিনেবাৰ্তা –উৎপল মেনা

এখন অসমীয়া চিনেমা– “মহাযুদ্ধ”। ফ্ল’ৰত যুদ্ধ আৰম্ভ হোৱা নাই, হ’ব অহা অক্টোবৰ পৰা, প্ৰধান সেনাপতি নিৰ্মল দাসৰ নিৰ্দেশত। –হয়, “মমতাৰ চিঠি”ৰ পৰিচালক নিৰ্মল দাসৰ...

Editor’s pick

“কাঞ্চনজংঘা” ক ক’লে “মূৰৰ বিষ”ঃ দিলে ৫ ষ্টাৰৰ ভিতৰত ১.৫ ষ্টাৰ-

“ৰত্নাকৰ” ৰ সফলতাত এতিয়া ব্যস্ত প্ৰত্যেকজন। “কাঞ্চনজংঘা” ৰ সফলতাই সাম কটাৰ আগেয়ে “ৰত্নাকৰ” ৰ বহু কোটি টকীয়া বস্ক অফিচ কালেকছনে অসমীয়া উদ্যোগটোক এক নতুন গতি দিয়াত অৰিহণা যোগাইছে।...

স্মৃতিৰ টোপোলাৰ পৰাঃ”বিধৱা” ৰ দূৰ্ৱিসহ কাহিনীৰে ছবি “অদাহ্য”-

ইন্দিৰা গোস্বামীৰ জনপ্ৰিয় উপন্যাস “দঁতাল হাতীৰ উয়ে খোৱা হাওঁদা” ৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত ছবি “অদাহ্য” ই ১৯৯৬ চনত মুক্তি লাভ কৰিছিল। ৯৩ মিনিট দৈৰ্ঘ্যৰ ছবিখনত ১৯৪০ দশকৰ অসমীয়া সমাজৰ পৰিস্থিতিৰ এক...

This week’s hottest

Jatin Khanikar

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম– “বেলকনিত...

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক...

ৰাফ cut: ড° মাইনু দেবী --উৎপল মেনা 52

ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে চিনেমা খনৰ...

Latest articles