Rupaliparda.com

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই...

ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে...

সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট –উৎপল মেনা

এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো “চৰ্চা” যেন একোটা গল্প। সন্দেহ নাই– প্ৰতটো “চৰ্চা”ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা...

Editor’s pick

দাৰা আহমেদ স্মৰণ - By Utpal Mena 20

দাৰা আহমেদ স্মৰণ – By Utpal Mena

চিনেমা জনা মানুহ জন , চিনেমাৰ ভাষা ব্যবহাৰত গুৰুত্ব দিয়া পৰিচালক জন , কাৰিকৰী দিশত দক্ষ চিনেকৰ্মী জনৰ প্ৰসঙ্গত কম চৰ্চা হৈছে | হয়, দাৰা আহমেদৰ চিনে কৰ্মৰ চিনেচৰ্চাৰ কথা কৈছোঁ | কেৱল ‘গল্প’ৰ বাবে চিনেমা...

৯০ শতিকাৰ “দেৱদাস” ৰ প্ৰেমৰ আহ্বানঃ

জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিছতেই যদি প্ৰাক-স্বাধীনতা কালৰ এগৰাকী পৰিচালকৰ নাম ল’বলগীয়া হয় তেতিয়াহ’লে সেইজন হ’ব প্ৰমথেশ চন্দ্ৰ বৰুৱা। তেওঁৰ পৰিচালনাৰে ১৯৩৫ চনত বাংলা ভাষাত মুক্তি প্ৰাপ্ত...

দেউতাৰ আদেশত হৈছিল আমাৰ বিয়াঃ জয়া-অমিতাভৰ শুভ ৪৬ঃ

অমিতাভ আৰু জয়া বচ্চনৰ ৪৬তম্ বিবাহ বাৰ্ষিকীত বলিউডৰ “এংগ্ৰি য়ং মেন” তথা “বিগ বি” য়ে প্ৰকাশ কৰে দুই প্ৰেমিকদ্বয়ৰ বিয়াৰ কাহিনী। জয়া লগতে তেওঁৰ বন্ধুৰ সৈতে অমিতাভ বচ্চনে লণ্ডনলৈ ফুৰিব যাব বিচৰাত...

This week’s hottest

Abhimanyu

অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ...

“কেলেণ্ডাৰ”ৰ পৰিচালকৰ “তাৰিখ” –উৎপল মেনা

আৰু এখন অসমীয়া চিনেমা– হিমজ্যোতি তালুকদাৰৰ। “কেলেণ্ডাৰ”ৰ পৰিচালক গৰাকীৰ দ্বিতীয় খন চিনেমা, নাম– তাৰিখ”। সামাজিক মাধ্যমত এখন দেখা এখন স্থিৰচিত্ৰ। বহু কথা কৈ যোৱা, চকু চুই যোৱা। ফ্ৰেমত–...

লৰ্ড দাসৰ নতুন চিনেমা--উৎপল মেনা 45

লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা

৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত শিল্পী...

Latest articles