Rupaliparda.com

মহাযুদ্ধ /চিনেবাৰ্তা –উৎপল মেনা

এখন অসমীয়া চিনেমা– “মহাযুদ্ধ”। ফ্ল’ৰত যুদ্ধ আৰম্ভ হোৱা নাই, হ’ব অহা অক্টোবৰ পৰা, প্ৰধান সেনাপতি নিৰ্মল দাসৰ নিৰ্দেশত। –হয়, “মমতাৰ চিঠি”ৰ পৰিচালক নিৰ্মল দাসৰ...

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম–...

কুঁহিপাঠ / চিনেচৰ্চা –উৎপল মেনা

“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ...

Editor’s pick

তথাকথিত বিজ্ঞ জনৰ চতুৰালিৰ কাহিনীৰে- "হালধীয়া চৰায়ে বাওঁধান খায়" 25

তথাকথিত বিজ্ঞ জনৰ চতুৰালিৰ কাহিনীৰে- “হালধীয়া চৰায়ে বাওঁধান খায়”

১৯৮৭ চনত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন চলচিত্ৰ হৈছে “হালধীয়া চৰায়ে বাওঁধান খায়”। ১২০ মিনিট দৈৰ্ঘ্যৰ বোলছবিখনে স্বৰ্ণকমল বঁটা পোৱাৰ লগতে লাভ কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা। শৈলধৰ বৰুৱা...

খঙাল অজয়ক দেখিয়ে অনুৰাগীয়ে ক’লে “চুপাৰহিট”-

কিছুদিন পূৰ্বে অজয় দেৱগণৰ আহিবলগীয়া ছবি “তানাজীঃ ডা অনসংগ ৱাৰিয়ৰ” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছিল আৰু ইয়াৰ পিছতেই ছবিখনত অজয় দেৱগণৰ ফাৰ্ষ্ট লুকটোও মুকলি কৰি দিয়া হয়। MIND that was as sharp as a...

|| ৰাফ cut : মলয়া গোস্বামী ||– উৎপল মেনা

তেতিয়া ‘ৰং’ — ফ্ল’ৰত । মুনিন বৰুৱাৰ ‘ৰং’। ভাইমনদাৰ ( মুনিন বৰুৱাৰ ) ফোন — কাইলৈ আহিবা। দিলীপ হাজৰিকা , মলয়া গোস্বামী থাকিব । গৈছিলো । সেইদিনায়ে , মাত্ৰ সেইদিনায়ে কথা পাতিছিলো...

This week’s hottest

স্বৰ্গৰথ /পূৰ্বালোকন --উৎপল মেনা 36

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক...

সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট –উৎপল মেনা

এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো “চৰ্চা” যেন একোটা গল্প। সন্দেহ নাই– প্ৰতটো “চৰ্চা”ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা খনৰ...

Abhimanyu

অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ...

Latest articles