Rupaliparda.com

মহাযুদ্ধ /চিনেবাৰ্তা –উৎপল মেনা

এখন অসমীয়া চিনেমা– “মহাযুদ্ধ”। ফ্ল’ৰত যুদ্ধ আৰম্ভ হোৱা নাই, হ’ব অহা অক্টোবৰ পৰা, প্ৰধান সেনাপতি নিৰ্মল দাসৰ নিৰ্দেশত। –হয়, “মমতাৰ চিঠি”ৰ পৰিচালক নিৰ্মল দাসৰ...

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম–...

কুঁহিপাঠ / চিনেচৰ্চা –উৎপল মেনা

“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ...

Editor’s pick

৭০ দশকৰ এজন অন্যতম পৰিচালকঃ অতুল বৰদলৈ- 25

৭০ দশকৰ এজন অন্যতম পৰিচালকঃ অতুল বৰদলৈ-

১৯৭৮ চনত মুক্তিপ্ৰাপ্ত এখন বলিষ্ঠ ছবি হৈছে “কল্লোল”। ছবিখনে সেইটো সময়ত কোনো ধৰণৰ সফলতা লাভ কৰা নাছিল যদিও ই প্ৰত্যেকজন চলচিত্ৰ প্ৰেমীৰ হৃদয়ত চিত্ৰিত। আছলতে, ছবিখনৰ আঁৰত থকা সেই বিশেষ লোক জনো আছিল সেইটো সময়ৰ...

স্মৃতিৰ টোপোলাৰ পৰাঃ অসমীয়া ছবি “আমাৰ ঘৰ”-

১৯৫৯ চনত মুক্তি পাইছিল অসমীয়া “আমাৰ ঘৰ” শীৰ্ষক ছবিখনে। ছবিখনৰ পৰিচালনা কৰিছিল নিপ বৰুৱাই। ছবিখনৰ বিষয়ে অধিক জানিব পৰা হোৱা যদিও ক’ব পাৰি যে নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত “আমাৰ ঘৰ” হৈছে এখন...

গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেত্ৰী এভিলিন শৰ্মাঃ মুকলি কৰিলে এপ’ল প্ৰিমিয়াৰ বিপণি-

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন এপ’ল প্ৰিমিয়াম ৰিছেলাৰ বিপনিৰ শুভ উদ্ধোধন। ২২ অক্টোবৰ তাৰিখে গুৱাহাটী স্থিত জি.এছ ৰোডৰ চিটী চেন্টাৰ মলত এই বিপনিখন আনুষ্ঠানিক ভাৱে মুকলি কৰে বলীউডৰ মোহময়ী অভিনেত্ৰী এভিলিন শৰ্মাই। সুদূৰ...

This week’s hottest

স্বৰ্গৰথ /পূৰ্বালোকন --উৎপল মেনা 33

স্বৰ্গৰথ /পূৰ্বালোকন –উৎপল মেনা

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক...

সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট –উৎপল মেনা

এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো “চৰ্চা” যেন একোটা গল্প। সন্দেহ নাই– প্ৰতটো “চৰ্চা”ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা খনৰ...

Abhimanyu

অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ...

Latest articles