Rupaliparda.com

ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে...

সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট –উৎপল মেনা

এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো “চৰ্চা” যেন একোটা গল্প। সন্দেহ নাই– প্ৰতটো “চৰ্চা”ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা...

অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী...

Editor’s pick

Manumati | Rupaliparda.com

অসমীয়া চিনেমা : মনোমতী ||–উৎপল মেনা

ছায়াবাজি’– চিনেমা নুবুজা বয়সতে আমি চিনেমা উপভােগ কৰা মাধ্যম। ১৯৮১-৮২ চন। সেই সময়ত আমাৰ গাঁৱত চিনেমা চোৱাৰ অন্য উপায় নাছিল। ৯-১০ কিলােমিটাৰ দূৰত থকা ভাৰতীয় টকীজ বা নলবাৰী নাট্যমন্দিত চিনেমা চোৱাৰ অনুমতি পােৱা...

“গৰু” ৱে ৰূপায়ন কৰিব মূখ্য চৰিত্ৰঃ আকৌ এবাৰ ব্যতিক্ৰমী চিন্তাৰে হিমাংশু প্ৰসাদ দাস-

এতিয়ালৈ আপোনালোকে এখন ছবিত নায়ক/ নায়িকাৰ বাহিৰেও এটা ঘৰচীয়া জন্তুক মূখ্য চৰিত্ৰত দেখিবলৈ পাম বুলি ভাবিছিল নে?? নিশ্চয় নাই ভবা; কাৰণ ই একেইবাৰে “গছত গৰু উঠা কথা”। কিন্তু, এইবাৰ গছত “গৰু” উঠাই এই...

ইলাৰ লাজেৰে “লাজ”-

মঞ্জু বৰাৰ পৰিচালনা তথা অৰুণ গোস্বামীৰ কাহিনীৰে ২০০৪ বৰ্ষত মুক্তিপ্ৰাপ্ত এখন বোলছবি হৈছে “লাজ”। কেইবাটাও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ সুবিধা পোৱা বোলছবিখনে শিক্ষা গ্ৰহণৰ প্ৰতি...

This week’s hottest

জয় হনুমেন: চিনেচৰ্চা --উৎপল মেনা 35

জয় হনুমেন: চিনেচৰ্চা –উৎপল মেনা

” জয় হনুমেন” –এখন অসমীয়া চিনেমা। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনা। হিমাংশুৰ চিনেকৰ্মৰ এটা ভাললগা বা ইতিবাচক দিশ– বিষয়বস্তু নিৰ্বচানত যিমান মন দিয়ে, সিমান মন দিয়ে বজাৰ চিন্তা বা “বজাৰ...

লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা

৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত শিল্পী...

|| ইতি তোমাৰ: চিনে চৰ্চা || --উৎপল মেনা 49

|| ইতি তোমাৰ: চিনে চৰ্চা || –উৎপল মেনা

“ইতি তোমাৰ” –এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী সংংবাদকৰ্মীৰ প্ৰশ্নৰ...

Latest articles