এইবাৰ “বাহুৱলী” বলীউডত। “বাহুৱলী” ৰূপে খ্যাত প্ৰভাশে কেৱল মাত্ৰ দক্ষিণতেই নহয় ভাৰতকো মোহাচ্ছন্ন কৰি তুলিছিল। বস্ক অফিচত কোটি টকীয়া লাভ উঠোৱা চিনেমাৰ ভিতৰত “বাহুবলী” আছিল অন্যতম। মুক্তিৰ দিনাখনৰ পৰাই প্ৰত্যেকটো চিত্ৰগৃহ হাউছফুল হৈ পৰা চিনেমাখনত অভিনীত নায়ক গৰাকী সাধাৰণজনৰ মন-মগজুত বহুত দিনলৈ সোমাই পৰিছিল। এইবাৰ দৰ্শকক আমোদ প্ৰদান কৰিবলৈ তেওঁ আহি আছে হিন্দী চিনেমাত। একচন থ্ৰিলাৰযুক্ত “চাহৌ” নামে চিনেমাখনত দেখা যাব উক্ত অভিনেতা গৰাকীক। তেওঁৰ লগতে চিনেমাখনত অভিনয় কৰা অন্যান্য সকল হ’ল শ্ৰদ্ধা কাপুৰ, নীল নীতিন মুকেশ, অৰ্জুন বিজয়, ইভলীন শৰ্মা, লাল, মন্দিৰা বেদী, জেকী শ্ৰভ, মহেশ মঞ্জৰেকাৰ আদি
You may also like
কইনা কন্দা শিল: ২০২৪ বৰ্ষৰ প্ৰথমখন অসমীয়া চিনেমা –উৎপল মেনা
নতুন বছৰটোৰ প্ৰথম খন অসমীয়া চিনেমা চালোঁ। মৰিগাঁও জিলাৰ বঘৰাস্থিত ঐতিহ্যমণ্ডিত কইনা কন্দা শিলৰ পটভূমিত নির্মিত ‘কইনা কন্দা শিল’। কিংবদন্তিৰ ৰূপালী গল্প। ৬০০ বছৰৰ আগৰ আখ্যান। মুখে মুখে চলি আহিছিল। এসময়ত...
ছায়া ছবি -৩, লাইভ মিউজিক আৰু অনন্য অনুভৱ
ৰূপম ভূঞাৰ ছবি প্ৰডাকশ্যনে যোৱা তিনিবছৰে ছায়া ছবি প্ৰকল্পৰ জৰিয়তে সংগীতৰ এক অনন্য অনুভৱ শ্ৰোতা-দৰ্শকক প্ৰদান কৰিবলৈ চেষ্টা কৰি আহিছে। কেইদিনমানৰ আগত মুক্তি লাভ কৰিছে ছায়া ছবি -৩য়ে। ৰূপম ভূঞাই এই প্ৰতিৱেদকক জনায় যে...
দ্য লাষ্ট অ’নাৰ – এক অন্য জীৱনৰ উপস্থাপন
“দীর্ঘদিন ধৰি কেতিয়াবা কষ্টিউম ডিজাইনাৰ হিচাপে, কেতিয়াবা মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু কেতিয়াবা প্ৰযোজক হিচাপে অসমীয়া চলচিত্ৰৰ সৈতে জড়িত হৈ আছিলোঁ। প্রথমবাৰৰ বাবে নিজাকৈ এখন চলচিত্ৰ পৰিচালনা কৰাৰ পাছত সেইখন চলচ্চিত্রই...
২০২৪ ৰ অসমীয়া চিনেমা –উৎপল মেনা
২০২৩ অসমীয়া চিনেমাৰ “আশাৰ বছৰ”ৰ আছিল। আশাৰ এই বুনিয়াদত ঠিয় হৈ ক’ব পাৰি, ২০২৪ বৰ্ষটোত আৰু অধিক গতি ল’ব অসমীয়া চিনেমাই। চিনেমাৰ ইতিবাচক গতি বা উত্তৰণ নিৰ্ভৰ কৰে স্থানীয় বজাৰৰ সফলতাৰ ওপৰত। ব্ৰজেন...
অসমীয়া চিনেমা ২০২৩: আশাৰ বছৰ –উৎপল মেনা
“স্থানীয় বজাৰ” সফলতাক বাদ দি চিনেমাৰ দৰে খৰচী মাধ্যম এটাৰ কৰ্ম ধাৰাবাহিকতা ৰক্ষা কৰা সম্ভৱ নহয়। এই যে সম্ভৱ নহয়, সেই বাবেই “বজাৰ কেন্দ্ৰীক চিনেচিন্ত”ৰ গুৰুত্ব বাঢ়িছে। ইয়াৰ মাজতে “স্থানীয়...
“কেলেণ্ডাৰ”ৰ পৰিচালকৰ “তাৰিখ” –উৎপল মেনা
আৰু এখন অসমীয়া চিনেমা– হিমজ্যোতি তালুকদাৰৰ। “কেলেণ্ডাৰ”ৰ পৰিচালক গৰাকীৰ দ্বিতীয় খন চিনেমা, নাম– তাৰিখ”। সামাজিক মাধ্যমত এখন দেখা এখন স্থিৰচিত্ৰ। বহু কথা কৈ যোৱা, চকু চুই যোৱা। ফ্ৰেমত–...
Add comment