কিশোৰ তাহবিলদাৰ নাটকৰ মানুহ। serious drama worker– নাট্যকাৰ, নাটক পৰিচালক, অভিনেতা। এদিন আহিছিল আমাৰ গৃহলৈ, আহি নাটকৰ কথা পতা নাছিল, চিনেমাৰ কথা পাতিছিল। কৈছিল– “চিনেমা কৰাৰ মন। চিত্ৰনাট্য...
বৈধ-অবৈধ ৰ যুদ্ধৰে “কানীন”-
মানৱীয় সম্পৰ্ক আৰু সামাজিক ন্যায় সম্বলিত এখন নাৰীকেন্দ্ৰিক চিনেমা -“কানীন”। শিৱম ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ মূল ভাগ লোৱা হৈছিল ড° ৰীতা চৌধুৰীৰ উপন্যাস “ৰাজীৱ ইশ্বৰ” ৰ পৰা। গতানুগতিক প্ৰেম...
December 29, 2019
1 min read