Rupaliparda.com
নীলিম নয়নাৰ কন্ঠত জনপ্ৰিয় গীত "হাই ঐ মোৰ বুকুতে" 1

নীলিম নয়নাৰ কন্ঠত জনপ্ৰিয় গীত “হাই ঐ মোৰ বুকুতে”

২০১৩ বৰ্ষৰ “আছামচ বেষ্ট মেলডী ভইছ এৱাৰ্ড” ৰ বিজয়ী নীলিম নয়নাৰ কন্ঠৰ “হাই ঐ মোৰ বুকুতে” শীৰ্ষক গীতটিৰ ইতিমধ্যে মুকলি কৰা হৈছে ভিডিঅ’। প্ৰায় দুমাহ আগতেই মুক্তি পোৱা গীতটিৰ অডিঅ’টিয়ে পূৰ্বতেই দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈ পৰিছিল।

নীলিম নয়নাৰ কন্ঠত জনপ্ৰিয় গীত "হাই ঐ মোৰ বুকুতে" 2


অলপতে মুক্তিপ্ৰাপ্ত গীতটিৰ ভিডিঅ’টিয়ে ২৪ ঘণ্টা পূৰ্ণ হোৱাৰ পূৰ্বেই লাভ কৰিছে ৭ হাজাৰতকৈ অধিক ভিউৱাৰছ। “হাই ঐ মোৰ বুকুতে” শীৰ্ষক গীতটিত অভিনয় কৰিছে অসমীয়া মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই। গীতটিৰ ভিডিঅ’ পৰিচালনা অসীম গগৈৰ। তলত গীতটিৰ ভিডিঅ’ আপোনালোকলৈ আগবঢ়ৌৱা হৈছেঃ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform